• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৭,২০০টা কাৰ্টনসহ অৰুণাচলী সুৰা ভৰ্তি ছয়খনকৈ ট্ৰাক জব্দ; চালককেইজনক গ্ৰেপ্তাৰ

বিদ্যুৎজ্যোতি বৰা by বিদ্যুৎজ্যোতি বৰা
January 26, 2020 8:23 am
index

আৰক্ষীয়ে জব্দ কৰা অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক কেইখন। ফটো: নৰ্থইষ্ট নাও

3.2k
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ  চামগুৰিত বৃহস্পতিবাৰে নিশা নগাঁও জিলা আবকাৰি বিভাগে চামগুৰি আৰক্ষীৰ সহযোগত অবৈধভাৱে সুৰা সৰবৰাহৰ কৰাৰ সন্দেহত আবদ্ধ কৰা অৰুণাচলী সুৰা ভৰ্তি ছয়খনকৈ ট্ৰাকৰ ৰহস্য অৱশেষত ওৰ পৰিল।

শনিবাৰে পুৱা নগাঁও জিলা আবকাৰি বিষয়া গৰাকীয়ে সুৰাসহ আটাইকেইখন ট্ৰাক জব্দ কৰা হৈছে বুলি সংবাদ মাধ্যমৰ সন্মুখত স্পষ্ট কৰে।

উল্লেখযোগ্য যে, অৰুণাচলৰ নিৰজুলিস্থিত”নেফা ব্ৰেৱেৰিচ প্ৰাইভেট লিমিটেড” নামৰ প্ৰতিষ্ঠানত প্ৰস্তুত হোৱা বুলি লেবেল মৰা “টুব’ৰ্গ ষ্টং বিয়েৰ” নামৰ সুৰাৰ সৰ্বমুঠ ৭,২০০টা কাৰ্টন নীতি বহিৰ্ভূতভাৱে অৰুণাচলৰ পৰা শ্বিলঙলৈ ছয় খনকৈ ট্ৰাকৰ সহায়ত সৰবৰাহৰ চেষ্টা চলাইছিল “নিউ ইণ্ডিয়া ট্ৰাঞ্চপৰ্ট” নামৰ এটা পৰিবহন কোম্পানীয়ে।

এই সন্দৰ্ভত অভিযানকাৰী দলটোৱে ট্ৰাক কেইখনৰ পৰা ছয়জনকৈ চালকক আটক কৰি সোধপোছ কৰাৰ পিছত আটাইকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে আবকাৰি বিষয়া গৰাকীয়ে।

ইফালে চামগুৰি ৰাজহ চক্ৰ বিষয়া গৰাকীৰ উপস্থিতত শুকুৰবাৰে পুৱাৰ ভাগৰ পৰা দোভাগ ৰাতি পৰ্য্যন্ত গুৱাহাটীৰ পৰা অহা আবকাৰি বিভাগৰ এটা বিশেষ দলে নগাঁও আবকাৰি বিভাগৰ সৈতে যুটীয়াভাবে এই সমগ্ৰ সৰবৰাহ কাণ্ডটোৰ ওপৰত পুংখানুপুংখভাবে তদন্ত কৰে।

তদন্তৰ অন্তত ট্ৰাক কেইখনৰ বোজাই অনা সুৰাৰ নথিৰ সন্দৰ্ভত যথেষ্ট বিসংগতি দেখা পোৱাৰ বিষয়ে উল্লেখ কৰি সুৰাসহ ট্ৰাক কেইখন জব্দ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

এতিয়া প্ৰশ্ন হ’ল, আবকাৰি বিভাগৰ তদন্তৰ পাছত পোহৰলৈ আহিবনে এই সমগ্ৰ অবৈধ অৰুণাচলী সুৰা সৰবৰাহৰ কাণ্ডৰ সৈতে জড়িত অসাধু ব্যৱসায়ী সকলৰ মুখবোৰ? ই পৰৱৰ্তী সময়ত অতিশয় লক্ষণীয় হ’ব বুলি সচেতন নাগৰিকে ধাৰণা কৰিছে ।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd