• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৬ বছৰীয়া নাবালিকাৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ; নগাঁৱত উত্তপ্ত পৰিস্থিতি

NE NOW NEWS ভাৰ্গব হাজৰিকা
পুৰণিগুদাম , February 8, 2020 9:09 pm

1 min read

৬ বছৰীয়া নাবালিকাৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ; নগাঁৱত উত্তপ্ত পৰিস্থিতি
2.4k
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ এটা পুৰণিগুদামত শনিবাৰে বিয়লি এগৰাকী কণমানি নাবালিকা এজন ৫০ বছৰ ঊৰ্ধ্বৰ ব্যক্তিৰ কামনাৰ বলি হ’বলগীয়া হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অভিযুক্ত ব্যক্তিজনক পুতুল আলী বুলি চিনাক্ত কৰা হৈছে।

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে পুতুল আলী নামৰ ব্যক্তিজনে ভুক্তভোগী ৬ বছৰীয়া নাবালিকা গৰাকীক টেঙা খোৱাম বুলি কৈ নিজৰ ঘৰলৈ মাতি আনি অসৎ কাৰ্য্য চৰিতাৰ্থ কৰিছিল।

পিছত ঘটনাৰ বিষয়ে অৱগত হৈ ক্ষুব্ধ হৈ উঠা স্থানীয় ৰাইজে অভিযুক্ত ব্যক্তিজনক বান্ধি চেণ্ডেলৰ মালা পিন্ধোৱাৰ লগতে ঘটনাস্থলীত উপস্থিত হোৱা পুৰণিগুদাম পহৰা চকীৰ আৰক্ষীক গতাই দিয়ে।

ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত বাতৰি যুগুত কৰা সময়লৈকে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি থকাৰ লগতে অভিযুক্ত ব্যক্তিজনক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে ৰাইজে দাবী জনায়।

Recent News

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

WhatsApp Image 2021-01-19 at 7.18.21 AM

গাব্বাত ছিৰাজৰ দমনীয় বলিং! ১৭ বছৰ পুৰণি অভিলেখ স্পৰ্শ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd