DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জম্মু-কাশ্মীৰৰ সাংবিধানিক ৰক্ষাকৱচ ধ্বংস কৰি বিজেপিয়ে নিজৰ স্বৈৰাচাৰিতা প্ৰমাণ কৰিলে : অখিল গগৈ

সংবিধানৰ ষষ্ঠ অনুসূচী আৰু জনজাতি তথা পিছপৰা শ্ৰেণীসমূহৰ সংৰক্ষণৰ ওপৰতো আক্ৰমণ হ’ব পাৰে : অখিল গগৈ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 5, 2019 10:18 pm
Akhil Gogoi press meet

সংবাদমেলত কৃষক মুক্তিৰ নেতা অখিল গগৈ। ৫ আগষ্টত।

1.3k
VIEWS
Share on FacebookShare on Twitter

সংবিধানৰ ৩৭০ আৰু ৩৫ (এ) অনুচ্ছেদ বাতিল কৰি জম্মু-কাশ্মীৰৰ সাংবিধানিক ৰক্ষাকৱচ সমূলঞ্চে ধ্বংস কৰাৰ জৰিয়তে বিজেপিয়ে নিজৰ স্বৈৰাচাৰী ৰূপ দেখুৱালে বুলি মন্তব্য কৰিছে কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈয়ে।

আজি কৃষক মুক্তিৰ কাৰ্যালয়ত এখন সংবাদমেল সন্মোধন কৰি গগৈয়ে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তত গভীৰ উদ্বেগ প্ৰকাশ কৰে।

ইয়াক ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰতি ভাবুকি আখ্যা দি এই দিনটো ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ বাবে এটা ক’লা দিন বুলি অভিহিত কৰে।

ইয়াক কেন্দ্ৰৰ অদূৰদৰ্শী, ঠেক মনোবৃত্তিৰ আৰু স্বৈৰাচাৰী সিদ্ধান্ত বুলি অভিহিত কৰি এনেকুৱা অগণতান্ত্ৰিক সিদ্ধান্তক বাতিল কৰিবলৈ দাবী জনায় কৃষক মুক্তিৰ নেতাজনে।

কেন্দ্ৰৰ হঠকাৰী সিদ্ধান্তক নিন্দা কৰি অখিল গগৈয়ে কয়, “নৰেন্দ্ৰ মোদী, অমিত শ্বাহ নেতৃত্বাধীন বিজেপি, আৰ এছ এছৰ চৰকাৰৰ ওচৰত ভাৰতৰ সংবিধান, ভাৰতীয় গণতন্ত্ৰ আৰু ভাৰতীয় জনগণ মুঠেও সুৰক্ষিত নহয়।”

ইয়াৰোপৰি বিজেপি আৰু আৰ এছ এছৰ চৰকাৰখনৰ স্বৈৰাতান্ত্ৰিক কাম-কাজে দেশখনক ইতিহাসৰ সৰ্ববৃহৎ ৰাজনৈতিক-অৰ্থনৈতিক সংকটৰ দিশত আগ বঢ়াই নিছে বুলিও ব্যক্ত কৰে গগৈয়ে।

“উত্তৰ-পূৰ্বাঞ্চলৰ সকলো গণতান্ত্ৰিক শক্তি, যিয়ে অঞ্চলটোৰ ৰাজ্যসমূহৰ জনগণৰ অধিক আত্মনিয়ন্ত্ৰণৰ অধিকাৰ দাবী কৰা সকলোৱে কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰা উচিত”, গগৈৰ মন্তব্য।

ইফালে অসমসহ বিভিন্ন ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ পাছত বিভিন্ন ৰাজ্যই লাভ কৰা সাংবিধানিক সুৰক্ষাকৱচৰ বিভিন্ন অনুচ্ছেদ সংবিধানৰ ৩৭১-এৰ পৰা ৩৭১-জি অনুচ্ছেদলৈ, সংবিধানৰ ষষ্ঠ অনুসূচী আৰু জনজাতি তথা পিছপৰা শ্ৰেণীসমূহৰ সংৰক্ষণৰ ওপৰতো আক্ৰমণ হ’ব পাৰে বুলি সকীয়াই দিয়ে কৃষক নেতাগৰাকীয়ে।

Recent News

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

গুৱাহাটীত বিপদসীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, শংকিত নৈপৰীয়া ৰাইজ

গুৱাহাটীত বিপদসীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, শংকিত নৈপৰীয়া ৰাইজ

ঠিকাদাৰলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি কোটিটকীয়া আৱন্টিত চটাই চিনাতলী পথ মেৰামতিত নামিল ৰাইজ

ঠিকাদাৰলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি কোটিটকীয়া আৱন্টিত চটাই চিনাতলী পথ মেৰামতিত নামিল ৰাইজ

New case against Lalu Prasad Yadav

পুনৰ দুৰ্নীতিৰ গোচৰত সাঙোৰ খালে লালু প্ৰসাদ যাদৱ: চি বি আইৰ গোচৰত অভিযুক্ত লালুৰ পৰিয়ালৰ সদস্যও

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd