• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চেক গণৰাজ্যত বিশ্বৰ সৰ্ববৃহৎ ওলোমা দলং ‘স্কাই ব্ৰীজ ৭২১’ মুকলি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 14, 2022 1:45 pm
world's largest suspension bridge
211
VIEWS
Share on FacebookShare on Twitter

চেক গণৰাজ্যত পৰ্যটকৰ বাবে মুকলি কৰা হৈছে বিশ্বৰ সৰ্ববৃহৎ ওলোমা দলং। প্ৰায় দুবছৰ ধৰি নিৰ্মাণাধীন দলংখন শুক্ৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হয়।

এই আকৰ্ষণীয় দলংখনৰ নামাকৰণ কৰা হৈছে ‘স্কাই ব্ৰিজ ৭২১’ নামেৰে। চেক গণৰাজ্যৰ ৰাজধানী প্ৰাগৰ পৰা ২.৫ ঘণ্টাৰ যাত্ৰাপথৰ দূৰত্বত এই দলংখন অৱস্থিত।

দলংখনে জেচেঙ্কি পৰ্বতমালাৰ দুটা পৰ্বতৰ মাজত সংযোগ স্থাপন কৰিছে। উপত্যকাটোৰ মাজত ৯৫ মিটাৰ ওপৰত ওলমি আছে এই দলংখন। উল্লেখ্য যে দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে ৭২১ মিটাৰ।

১.২ মিটাৰ বহল দলংখন শিশুৰ পৰা বৃদ্ধলৈ, সকলো বয়সৰ ব্যক্তিৰ বাবে মুকলি। অৱশ্যে হুইলচেয়াৰ ব্যৱহাৰ কৰা লোকসকলৰ বাবে দলংখনত প্ৰৱেশ উপযুক্ত নহয় বুলি স্থানীয় কৰ্তৃপক্ষই জানিবলৈ দিছে।

স্থানীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এই ওলোমা দলংখনৰ নিৰ্মাণ মূল্য প্ৰায় 8.4 নিযুত ডলাৰ।

উল্লেখ্য যে চেক ৰিপাব্লিক স্কাই ব্ৰীজে ওলোমা দলঙৰ আকাৰৰ ক্ষেত্ৰত নেপালৰ বাগলুং পাৰবাট ফুটব্ৰিজক অতিক্ৰম কৰিছে।

সৰ্ববৃহৎ ওলোমা দলং হিচাপে ইতিপূৰ্বে গীণিজ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতিপ্ৰাপ্ত বাগলুং পাৰবাট ফুটব্ৰিজতকৈ স্কাই ব্ৰীজ ১৫৪ মিটাৰ দীঘল।

Recent News

ভয়াবহ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি; বিমানযাত্ৰীৰ উপৰি আন ৩৩জন কোন?

ভয়াবহ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি; বিমানযাত্ৰীৰ উপৰি আন ৩৩জন কোন?

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

প্ৰেমেই যেন স্বৰ্গসুখ! ৰক্তচাপ কমিব আৰু হৃদযন্ত্ৰও শক্তিশালী হ’ব; আৰু কি কয় গৱেষণাই?

প্ৰেমেই যেন স্বৰ্গসুখ! ৰক্তচাপ কমিব আৰু হৃদযন্ত্ৰও শক্তিশালী হ’ব; আৰু কি কয় গৱেষণাই?

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd