• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভয়াবহ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি; বিমানযাত্ৰীৰ উপৰি আন ৩৩জন কোন?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 14, 2025 9:34 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহমেদাবাদৰ মেঘনিনগৰত সংঘটিত ভয়াবহ বিমান দুৰ্ঘটনাত মৃত্যু তালিকা আৰু দীঘলীয়া হৈ আহিছে। ইতিমধ্যে ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু অধিক মৃতদেহ। অসমৰ্থিত সূত্ৰৰ মতে, মৃত্যুৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি পাইছে।

আহমেদাবাদৰ পৰা লণ্ডন গেটৱিক অভিমুখী AI171 বিমানত মৃত্যু হোৱা ২৪১ জন লোকৰ তালিকাত দুৰ্ঘটনাস্থলীত থকা অধিক লোকৰ নাম যোগ হৈছে।

Apply Now

যোৱা ১২ জুন বৃহস্পতিবাৰে দিনৰ ১:৩৮ বজাত দুৰ্ঘটনাগ্ৰস্ত বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বি জে মেডিকেল কলেজৰ হোষ্টেলৰ ছাদত খুন্দা মাৰে। ইয়াৰ পিছতে এক বৃহৎ বিস্ফোৰণ সংঘটিত হয়।

বিমানখনৰ বাকী থকা জ্বলি থকা অংশবোৰ খহি পৰে। ইয়াৰ বাবে হোষ্টেলৰ বাসিন্দাসকলৰ উপৰিও অঞ্চলটোত বসবাস কৰা সাধাৰণ লোকসকলো এই দুৰ্ঘটনাৰ বলি হয়।

অসমৰ্থিত সূত্ৰৰ মতে, বিমানখনত থকা ২৪১ জন লোকৰ বাহিৰেও এই ঘটনাত ৩৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু হয়। জানিব পৰা মতে, ৩৩জন লোকৰ ভিতৰত এজন ১০ বছৰীয়া ল’ৰাও আছে।

উল্লেখ্য যে আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰণৰ কেইছেকেণ্ডমানৰ ভিতৰতে এয়াৰ ইণ্ডিয়াৰ এআই১৭১ বিমানখনে ওচৰৰ এটা অট্টালিকাত খুন্দা মাৰে। সেইটো ডাক্তৰৰ হোষ্টেল বিল্ডিং আছিল। সংঘৰ্ষৰ লগে লগে তীব্ৰ বিস্ফোৰণ হয় আৰু বিমানখনত অগ্নিকাণ্ড সংঘটিত হয়।

য’ত বিমানখন ভাঙি যায় তাতেই বহু লোকৰ মৃত্যু হয়। বিমানখনৰ কোনো এটা অংশৰ খুন্দাত বা বিস্ফোৰণৰ জুইত তেওঁলোক অগ্নিদগ্ধ হৈ পৰে। আহতসকল স্থানীয় আহমেদাবাদ অসামৰিক চিকিৎসালয় আৰু বি জে মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে।

স্থানীয় সূত্ৰৰ মতে, বহুতৰে সম্পূৰ্ণ দেহ বিচাৰি পোৱা নাই। ধ্বংসাৱশেষত বিচাৰি  উদ্ধাৰ হৈছে শৰীৰৰ অংগ। কোনোবাই মাত্ৰ হাতহে পাইছে, কোনোবাই কেৱল ভৰিহে পাইছে। শৰীৰৰ এই সকলোবোৰ অংগ চিনাক্ত কৰাটো কঠিন। বহুতো সম্পূৰ্ণ মৃতদেহ বিচাৰি পালেও চিনাক্ত কৰিব পৰা নাই।

চিনাক্তকৰণৰ বাবে গুজৰাট প্ৰশাসনে ডি এন এ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। যিসকলক বিচাৰি পোৱা নগ’ল, যিসকল বিমানত আছিল বা বিমান দুৰ্ঘটনাস্থলীত আছিল তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ পৰা ডি এন এ নমুনা বিচৰা হৈছে।

আহমেদাবাদৰ মেঘানিনগৰত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে এই উদ্ধাৰ অভিযান চলাই আছে। ধ্বংসাৱশেষ এতিয়াও সম্পূৰ্ণৰূপে আঁতৰোৱা হোৱা নাই।

উদ্ধাৰকাৰীয়ে জনোৱা মতে, ধ্বংসাৱশেষ আঁতৰাবলৈ কিছু সময় লাগিব। ফলত ইয়াৰ তলত কোনোবা পিষ্ট হৈ আছে নে নাই কোৱা সম্ভৱ নহয়। যদি ধ্বংসাৱশেষ সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱাৰ পিছত চৰকাৰীভাৱে মৃত্যু হোৱা লোকৰ পৰিসংখ্যা পোৱা যাব পাৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd