• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাতি পলমকৈ শোৱে? জানক আপোনাৰ হ’বলগা শাৰিৰীক সমস্যাসমূহ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 19, 2021 4:39 pm

1 min read

ৰাতি পলমকৈ শোৱে?  জানক আপোনাৰ হ’বলগা শাৰিৰীক সমস্যাসমূহ
480
VIEWS
Share on FacebookShare on Twitter

ৰাতি দেৰিলৈকে নুশোৱাকৈ থাকে নেকি? তেনেহ’লে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আনকি মৃত্যু পৰ্যন্ত হ’ব পাৰে!

আমেৰিকাৰ পৰা প্ৰকাশিত ‘শ্লীপ মেডিচিন’ নামৰ এখন চিকিৎসা আলোচনীয়ে প্ৰকাশ কৰা এক সমীক্ষামতে যিসকলে ৰাতি ১০ বজাৰ পাছত বিচনালৈ যায়, তেওঁলোকক বিভিন্ন ধৰণৰ শাৰিৰীক অসুবিধাই দেখা দিব পাৰে আক্ৰমণ কৰিব পাৰে।

মাৰাত্মক এই শাৰিৰীক অসুবিধাসমূহৰ ভিতৰত কাৰ্ডিঅ’ভাস্কুলাৰ ডিচিড, হাৰ্ট ষ্ট্ৰ’ক, হাৰ্ট ফেইলাৰেই প্ৰধান।

২১খন দেশৰ ১,১২,১৯৮ জন লোকৰ ওপৰত চলোৱা সমীক্ষাটোত দহ বজাৰ পাছত শোৱা লোকসকলৰ বাবে এই শাৰিৰীক অসুবিধাসমূহৰ সম্ভাৱনাৰ হাৰ ১০ শতাংশ হোৱাৰ বিপৰীতে দহ বজাৰ আগত শোৱাসকলৰ হাৰ ৯ শতাংশ।

সমীক্ষাটোত প্ৰকাশ পায় যে চীনৰ দৰে উন্নয়নশীল দেশসমূহৰ লোকসকলে দহ বজাৰ পূৰ্বেই শোৱে, আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ-কানাডা আৰু মধ্যপ্ৰাচ্যৰ উন্নত দেশসমূহৰ লোকসকলে দহ বজাৰ পাছত বিচনালৈ যায়।

২৩জন চিকিৎসাবিজ্ঞানীৰে গঠিত সমীক্ষাৰ গৱেষণাটোত তিনিজন ভাৰতীয় বৈজ্ঞানিকো জড়িত আছে। তেওঁলোকৰ নামসূহ ক্ৰমে- ডাঃ ভি. মোহন, ডাঃ খালিদ এফ. আলহাবিব, ডাঃ বিজু সোণম।

Recent News

a mori

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

Screenshot_2021-02-26-16-25-47_1

টীয়কৰ শিক্ষাবিদ ৰবীন দুৱৰালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ww-copy-1-750x375

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে WICCIৰ উদ্যোগত গুৱাহাটীত মহিলাৰ বাবে ৱাকাথন, কেনেকৈ কৰিব যোগদান?

bhaba

তামুলপুৰত বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ছয় প্ৰাৰ্থীৰ আবেদন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd