DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম আৰক্ষীত চাকৰি; মুকলি হ’ল লিখিত পৰীক্ষাৰ এডমিট কাৰ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
August 5, 2019 6:34 pm
AssamPolice_Recruitment-1024x615-750x375

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

11k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডে (SLPRB) সোমবাৰে অসম চৰকাৰৰ অধীনৰ বিদেশী ন্যায়াধীকৰণৰ বিভিন্ন ঠিকা ভিত্তিক পদৰ বাবে মুকলি কৰি দিয়া পদ সমূহৰ পৰীক্ষাৰ বাবে এডমিট কাৰ্ড মুকলি কৰি দিছে।

অহা দেওবাৰে অসম আৰক্ষীৰ বিদেশী ন্যায়াধীকৰণৰ অন্তৰ্গত বিভিন্ন গ্ৰেড থ্ৰি পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব।

লিখিত পৰীক্ষা ৰাতিপুৱা আৰু আবেলি দুটা অংশত অনুষ্ঠিত হ’ব।

ডাটা অপাৰেটৰ আৰু কপিষ্টৰ পদৰ বাবে ৰাতিপুৱা লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব।

আনহাতে, উচ্চ বৰ্গৰ সহায়কাৰী, ষ্টেনোগ্ৰাফাৰ গ্ৰেড-৩, নিম্ন বৰ্গৰ সহায়ক, বেঞ্চ সহায়কাৰী আৰু টাইপিষ্ট পদৰ বাবে আবেলি লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব।

আবেদনকাৰীসকলে লিখিত পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ police.assam.gov.in আৰু slprbassam.in ৰ পৰা দাউনলোড কৰিব পাৰিব।

ৰাতিপুৱা আৰু আবেলি অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাৰ বাবে পৃথকে পৃথকে প্ৰৱেশ পত্ৰ মুকলি কৰি দিয়া হয়।

প্ৰবেশ পত্ৰ দাউনলোড কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ অসুবিধাৰ সন্মুখিন হ’লে প্ৰাৰ্থীসকলে ৯৪৫৫৮৭৪৫০৩, ৯৪৫৫৮৭৪৫০৬ আৰু ৯৪৫৫৮৭৪৫১৯ হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰিব অন্যথা [email protected] ত যোগাযোগ কৰিব পাৰিব।

Recent News

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd