• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ল’কডাউনৰ ফলত গভীৰ লোকচানত ক্ষুদ্ৰ চাহ খেতিয়ক; ৰাজসাহায্য প্ৰদানৰ দাবী

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , April 9, 2020 3:32 pm

1 min read

ল’কডাউনৰ ফলত গভীৰ লোকচানত ক্ষুদ্ৰ চাহ খেতিয়ক; ৰাজসাহায্য প্ৰদানৰ দাবী
4.7k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশত চলি থকা ল’কডাউনৰ ফলত বিমোৰত পৰিছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল। তেওঁলোকে এতিয়া মূল্যবান চাহপাত সমূহ সময়ত চিঙিব নোৱাৰাত অনিচ্ছা সত্ত্বেও কলম দিবলৈ বাধ্য হৈছে।

যোৰহাট জিলাৰ টীয়কত ফেক্টৰীসমূহ বন্ধ হৈ থকাৰ ফলত বহু ক্ষুদ্ৰ চাহ খেতিয়কে বিঘাই বিঘাই চাহ গছৰ পাত চিঙিব নোৱাৰি গভীৰ লোকচানৰ সন্মুখীন হৈছে। এই ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱনলৈ সংকট নামি অহাতো নিশ্চিত।

ইয়াৰ উপৰি ল’কডাউনৰ বাবে ব্যৱসায় বন্ধ হৈ আছে যদিও তেওঁলোকৰ ক্ষুদ্ৰ বাগানসমূহত নিয়োজিত শ্ৰমিক পৰিয়ালসমূহক ৰেচন যোগান ধৰিবলগীয়া হৈছে, ফলত কোনোমতে নিজৰ পৰিয়ালক পোহপাল দি অহা একাংশ ক্ষুদ্ৰ চাহ ব্যৱসায়ী গভীৰ আৰ্থিক সংকটত পৰিছে।

সেয়ে অসমৰ এই গুৰুত্বপূৰ্ণ উদ্যোগটো জীয়াই ৰখাৰ স্বাৰ্থত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক কিছু ৰাজসাহায্য প্ৰদান কৰি সকাহ দিয়াৰ দাবী জনাইছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ।

Tags: COVID-19

Recent News

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd