• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পেন্টৰ চেইন খুলিলেই নটিফিকেশ্যন যাব পত্নীলৈ, সােনকালেই বজাৰত প্ৰৱেশ ঘটিব স্মাৰ্ট জিন্সৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 14, 2023 6:27 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সময়ৰ লগে লগে সকলো স্মাৰ্ট হৈ আহিছে। স্মাৰ্ট ফোন, স্মাৰ্ট ঘড়ী, স্মাৰ্ট জােতাৰ পিছত এইবাৰ বজাৰলৈ আহিব স্মাৰ্ট জিন্স।

শেহতীয়াকৈ গাই ডুপণ্ট নামৰ এজন ব্যক্তিয়ে স্মাৰ্ট জিন্সৰ ভিডিঅ’ শ্বেয়াৰ কৰি সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছে। 

Apply Now

এই স্মাৰ্ট পেণ্টৰ চেইন খুলিলে লগে লগে আপোনাৰ সংগীৰ ওচৰলৈ যাব ন’টিফিকেচন। 

গাই ডুপণ্ট নামৰ লোকজনে টুইটাৰত শ্বেয়াৰ কৰা এটা  ভিডিঅ’ত পেণ্টৰ জিপ খুলি দিয়াৰ লগে লগে ন’টিফিকেচন লাভ কৰা দেখা গৈছে।

কেৱল সেয়াই নহয়, জিপটো কিমানবাৰ খোলা বা বন্ধ কৰা হয়, আনকি জিপটো কিমান দিনলৈ খোলা থাকে, সেইবোৰো মোবাইলত উপলব্ধ হব।

জানিব পৰা মতে এই জিন্সৰ লগত ইমপেক্ট চেন্সৰ থকা কিছুমান ছেফটি পিন সংযোগ কৰা হৈছে আৰু জিপাৰত এটা শক্তিশালী চুম্বক সংলগ্ন কৰা হৈছে। এই প্ৰক্ৰিয়াত কিছুমান তাঁৰ ব্যৱহাৰ কৰা হৈছে, যিবোৰ ESP-32 ৰ সৈতে সংযুক্ত। জিন্সৰ চেইন খুলিলে প্ৰতিবাৰেই ৱাই-ফাই সেৱাৰ জৰিয়তে মোবাইললৈ জাননী যাব। 

ব্যক্তিজনে টুইটাৰযোগে কয় যে তেওঁৰ এজন বন্ধুৰ অনুৰোধত তেওঁ এই স্মাৰ্ট পেণ্টটো তৈয়াৰ কৰিছে। বন্ধুৱে বিচাৰিছিল এনে এটা পেণ্ট যিয়ে জিপ খুলিলেই সময় ক’ব পাৰে। এই পেণ্টৰ ডিজাইন এনেদৰে কৰা হৈছে যে যেতিয়াই জিপটো খুলিব তেতিয়াই ইমপেক্ট চেন্সৰটো কেইছেকেণ্ডমানৰ বাবে সক্ৰিয় হৈ থাকিব আৰু ফোনলৈ জাননী প্ৰেৰণ কৰা হ’ব।

যিহেতু এই পেণ্টত চেন্সৰ লগোৱা হৈছে, গতিকে সাধাৰণ পেণ্টৰ দৰে  ইয়াক ধুব নোৱাৰি। এই চেন্সৰটো সদায় মোবাইল ফোনটোৰ সৈতে সংযুক্ত হোৱাৰ বাবে মোবাইল ফোনটোৰ বেটাৰী অধিক সোনকালে খৰচ হযব। অৱশ্যে পেণ্টত এই চেন্সৰ লগোৱা ব্যক্তিজনৰ মোবাইলতে কেৱল নটিফিকেচন আহিব তেনে নহয়, যদি আন কোনোবাই তেওঁৰ ফোনত নোটিফিকেচন ছেট কৰে, তেন্তে জিপ খোলাৰ লগে লগে নটিফিকেচন তেওঁৰ ওচৰলৈকো যাব।

If you know me, you know one of my favorite things to do is speedrun product ideas from my friends. One requested “Pants that detect when your fly is down for too long and send you a notification”. Currently seeking investors. pic.twitter.com/Mz3IDnCLaG

— Guy Dupont (@gvy_dvpont) May 23, 2023

স্বাভাৱিকতে এই পেণ্টৰ বিষয়ে জানিব পৰাৰ পৰাই মানুহৰ মাজত এক উত্তেজনাৰ সৃষ্টি হৈছে। কোৱা বাহুল্য যে যদি এই পেণ্ট বজাৰত মুকলি কৰা হয়, তেন্তে এক হুলস্থুলৰ সৃষ্টি হ’ব। কিন্তু বৰ্তমান এই পেণ্টবোৰ কেৱল উদ্ভাৱকৰ। 

এতিয়ালৈকে আপুনি ড্ৰেছ পেণ্ট পিন্ধি স্মাৰ্ট হ’ব পাৰিছিল, এতিয়া আপোনাৰ ড্ৰেছ পেণ্ট নিজেই স্মাৰ্ট হৈ পৰিব। কিন্তু প্ৰশ্নটো ৰৈ গৈছে যে এই স্মাৰ্ট কাপোৰ পিন্ধিলে আপুনি কিমান সুৰক্ষিত হ’ব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ প্ৰলয়ংকাৰী বানৰ বাবে চীন দায়ী নেকি? ভাৰতীয় সংবাদ মাধ্যমৰ দাবীক লৈ বেইজিঙৰ স্পষ্টীকৰণ

নেপালৰ প্ৰলয়ংকাৰী বানৰ বাবে চীন দায়ী নেকি? ভাৰতীয় সংবাদ মাধ্যমৰ দাবীক লৈ বেইজিঙৰ স্পষ্টীকৰণ

September 1, 2026 10:34 am
পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

September 1, 2026 10:04 am
মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ প্ৰলয়ংকাৰী বানৰ বাবে চীন দায়ী নেকি? ভাৰতীয় সংবাদ মাধ্যমৰ দাবীক লৈ বেইজিঙৰ স্পষ্টীকৰণ

নেপালৰ প্ৰলয়ংকাৰী বানৰ বাবে চীন দায়ী নেকি? ভাৰতীয় সংবাদ মাধ্যমৰ দাবীক লৈ বেইজিঙৰ স্পষ্টীকৰণ

September 1, 2026 10:34 am
পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

September 1, 2026 10:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd