DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শিৱসাগৰত গাওঁবুঢ়াসকলৰ মাজত স্মাৰ্টফোন বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 18, 2020 3:56 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে বুধবাৰে শিৱসাগৰত অসম চৰকাৰৰ গাওঁবুঢ়াসকলৰ বাবে প্ৰদান কৰা স্মাৰ্টফোন বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে।

উপায়ুক্ত কাৰ্য্যালয়ত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী যোগেন মহনে গাঁওবুঢ়াসকলক চৰকাৰৰ তৃণমূল পৰ্য্যায়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি বুলি উল্লেখ কৰি কয় যে, চৰকাৰী আঁচনি সমূহ কাৰ্যকৰী ৰূপ দিয়াৰ ক্ষেত্ৰত গাওঁবুঢ়াসকলে নিৰ্ভৰশীল দায়িত্ব পালন কৰে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে গাওঁবুঢ়া সকলৰ মাননি বৃদ্ধিৰ কথা ইতিমধ্যে ঘোষণা কৰিছে বুলি উল্লেখ কৰি তেওঁ জিলাখনৰ গাওঁবুঢ়া সকলক চৰকাৰী আঁচনি সমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত নিষ্ঠা আৰু আন্তৰিকতাৰে কৰ্ম সম্পাদন কৰিবলৈ আহ্বান জনায়।

স্মাৰ্ট ফোন প্ৰদানৰ এই অনুষ্ঠানত উপস্থিত থাকি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে নিজ বক্তব্যত কয় যে, অসম চৰকাৰে চৰকাৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত তৃণমূল পৰ্য্যায়ত কাম কৰি থকা সকলৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।

সভাত শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে জিলাখনৰ গাওঁবুঢ়া সকলে জিলা প্ৰশাসনক সময়ে সময়ে আগবঢ়াই অহা অক্লান্ত সেৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। স্মাৰ্টফোনৰ ব্যৱহাৰৰ দ্বাৰা গাওঁবুঢ়াসকল পূর্বতকৈ অধিক “স্মাৰ্ট” হ’ব বুলি বিশ্বাস ব্যক্ত কৰে।

উল্লেখযোগ্য যে, জিলাখনৰ মুঠ ২৬৫ গৰাকীয়ে অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা এই স্মাৰ্টফোন সমূহ লাভ কৰিব।

অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল শইকীয়া, শিৱসাগৰ, আমগুৰি আৰু ডিমৌ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল সামাজিক কৰ্মীসকলৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গাওঁবুঢ়াসকল উপস্থিত থাকে{

Recent News

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Jaish module busted

জম্মু-কাশ্মীৰত উৎখাত জইছ-ই-মহম্মদৰ ঘাটি: ৬ সদস্যক গ্ৰেপ্তাৰ, উদ্ধাৰ বিশাল যুদ্ধাস্ত্ৰ ভাণ্ডাৰ

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd