• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফোন টেপিং কৰা হৈছে ভাৰতীয় ৰাজনীতিক, সাংবাদিক, ন্যায়াধীশৰ! তালিকাত থাকিব পাৰে কোন কোন সাংবাদিক?

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 18, 2021 11:45 pm
pho122
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ৰাজনীতিক তেওঁ শাসকীয় দলৰেই হওঁক বা বিৰোধীৰেই হওঁক, বহু সাংবাদিক আৰু ন্যায়াধীশৰ ফোন টেপ কৰা হৈছে!

ইজৰাইলৰ পেগাছছ নামৰ বিশেষ স্পাইৱেৰৰ জৰিয়তে এনেদৰে ভাৰতীয় ৰাজনীতিক, সাংবাদিক, ন্যায়াধীশ আদিৰ ফোন টেপিং কৰা বুলি টুইটাৰত বিস্ফোৰণ ঘটাইছে বিজেপিৰ অগ্নিবৰ্ষী নেতা তথা ৰাজ্যসভাৰ সাংসদ সুব্ৰমনিয়ম স্বামীয়ে।

Apply Now

আজি স্বামীয়ে তেওঁৰ টুইটাৰত এইবুলি উল্লেখ কৰিছে যে পেগাছাছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন মন্ত্ৰীসভাৰ যিকোনো মন্ত্ৰী, আৰএছএছৰ নেতা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ, সাংবাদিক আদিৰ ফোন টেপিং কৰিছে।স্বামীয়ে লগতে এইবুলিও কৈছে যে ফোন টেপিঙৰ সমস্ত তথ্য আজি নিশা ৱাশ্বিংটন পোষ্ট,লণ্ডন গাৰ্জিয়েন আদি কাকতত প্ৰকাশ পাব বুলি উৰাবাতৰিও ওলাইছে।

স্বামীৰ টুইটাৰৰ সমান্তৰাল ভাবে সাংবাদিক শীলা ভাটে কৈছে যে আজি নিশা ১১.৫৯ বজাত ফোন টেপিঙৰ বৃহৎ খবৰটো প্ৰকাশ পাব।

এনে চৰ্চাৰ মাজতে দেশৰ ৪০ গৰাকী বচা বচা সাংবাদিকৰ ফোন টেপিং হোৱা বুলি সন্দেহ কৰা হৈছে। সেই সাংবাদিকসকলৰ ভিতৰত হিন্দুস্তান টাইমছ,ইণ্ডিয়া টুডে,নেটৱৰ্ক ১৮,দ্য হিন্দু,ইণ্ডিয়ান এক্সপ্ৰেছৰ দৰে সংবাদ গোষ্ঠীৰ সাংবাদিক আছে বুলি ধাৰণা কৰা হৈছে।

পেগাছাছে প্ৰযুক্তিৰ সহায়ত এই সাংবাদিকসকলৰ বহু গোপন তথ্য জানিবলৈ সক্ষম হোৱা বুলিও খবৰ ওলাইছে।সাংবাদিকসকলৰ ফোন হেক কৰাৰ তথ্যও ডিজিটেল ফৰেনচিক পৰীক্ষাত ধৰা পৰা বুলি কথা ওলাইছে।

The Wire ৰ দুগৰাকী প্ৰতিষ্ঠাপক সম্পাদকো পেগাছাছৰ ফোন টেপিঙৰ তালিকাতথকা বুলি প্ৰকাশ পাইছে। তেওঁলোকৰ ভিতৰৰে এগৰাকী হ’ল ৰোহিনী সিং।

ফোন টেপ হোৱা সাংবাদিকসকলৰ ভিতৰত প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ক সাংবাদিক সৈকত দত্ত,ইক’নমিক্স এণ্ড পলিটিকেল উইকলিৰ সম্পাদক প্ৰাঞ্জয় গুহ ঠাকুৰতা,টিভি ১৮ৰ প্ৰাক্তন এংকৰ স্মিতা শৰ্মা, আউটলুকৰ প্ৰাক্তন সাংবাদিক এছএনএম আব্দি,ডিএনএৰ প্ৰাক্তন সাংবাদিক ইফটিকাৰ গিলানী থকা বুলিও তথ্য প্ৰকাশ পাইছে।

The Wire-এ কৰা বিশ্লেষণৰ পৰা এই সন্দেহ এতিয়া অধিক ঘনীভূত হৈ পৰিছে।

Amnesty Internationalৰ ছিকিউৰিটি লেবৰেটৰীতো ফোন টেপিঙৰ এনে তথ্য ভালে খিনি পোহৰলৈ আহিছে।

ইপিনে ভাৰত চৰকাৰে সাংবাদিক ৰাজনীতিক, ন্যায়াধীশৰ ওপৰত এনেদৰে ইজৰাইলৰ স্পাইৱেৰ পেগাছাছে চোৰাংচোৱাগিৰি কৰাৰ কথা নস্যাৎ কৰিছে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd