• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পহিলা জানুৱাৰীত প্ৰকৃতিৰ বিচিত্ৰতা, ডিমা হাছাওত আৰম্ভ হ’ল তুষাৰপাত !

পঙ্কজকুমাৰ দেৱ by পঙ্কজকুমাৰ দেৱ
January 1, 2021 7:33 pm
IMG-20210101-WA0025
505
VIEWS
Share on FacebookShare on Twitter

নতুন বছৰৰ প্ৰথম দিনা ডিমা হাছাও পৰ্যটনৰ কাৰণে ভাল খবৰ।

সেউজীয়া পাহাৰত এতিয়া তুষাৰপাত হৈছে। তুষাৰপাত হৈছে হাফলংৰ পৰা ৭৫ কিলোমিটাৰ নিলগৰ লাইছং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জেমি নগা অধ্যুষিত কেপেইল’ গাঁৱত।

যোৱা কেইবা দিন ধৰি তুষাৰপাত হৈছে। ডিমা হাছাও জিলাৰ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত কেপেইল’ গাঁৱত যোৱা প্ৰায় সপ্তাহ দিন ধৰি তুষাৰপাত হৈছে।

তুষাৰপাতৰ কাৰণে সৃষ্টি হোৱা বৰফে আবৃত কৰিছে গোটেই এলেকা।

বড়াইল পাহাৰৰ দাঁতিত থকা জেমি নগা অধ্যুষিত কেপেইল’ গাঁৱত তুষাৰপাতক লৈ স্থানীয় ৰাইজ উৎফুল্লিত ।

IMG_20210101_173824

হাফলঙৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ নিলগত থকা লাইছং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কেপেইল’ গাঁও।

জানিব পৰা মতে যোৱা কিছু দিন ধৰি কেপেইল’ত তুষাৰপাত হৈছে।

অৱশ্যে এয়া নতুন  ঘটনা নহয়। যোৱা কেইবা বছৰ ধৰি কেপেইল’, নিয়াঙল’ গাঁৱত তুষাৰপাত হৈ আছে।

তুষাৰপাতৰ কাৰণে জলাশয়ৰ পানীও বৰফত পৰিণত হৈছে।‌

কিন্তু কেপেইল’ গাঁৱৰ এই তুষাৰপাত পোহৰলৈ অহা নাই। যাৰ বাবে কেপেইল’ গাঁৱত তুষাৰপাতৰ খবৰ কোনেও নাজানে।

উল্লেখনীয় যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে পাৰ্বত্য ডিমা হাছাও জিলাৰ পৰ্যটনৰ উন্নয়নৰ হকে নতুন নতুন পদক্ষেপ লোৱা সময়ত তুষাৰপাতৰ খবৰ নিশ্চয়কৈ পাৰ্বত্য পৰ্যটনৰ কাৰণে নতুন খবৰ।

অহা দিনত কেপেইল’ তুষাৰপাতৰ কাৰণে পৰ্যটনৰ অন্যতম আকৰ্ষণ হৈ পৰিব সন্দেহ নাই।।

অকল কেপেইল’ নহয় ডিমা হাছাও জিলাৰ দক্ষিণ পশ্চিম এলেকাত অবস্থিত থুৰুক গাঁৱতও তুষাৰপাতৰ খবৰ পোৱা গৈছে। থুৰুক হাফলঙৰ পৰা ১১২ কিলোমিটাৰ নিলগত অবস্থিত বেইটে জনগোষ্ঠী অধ্যুষিত গাঁও।

Recent News

শ্ৰম সংহিতা বাতিল কৰা আৰু বিজেপি চৰকাৰৰ জনবিৰোধী কৰ্মকাণ্ডৰ বিৰুদ্ধে দেশজোৰা ধৰ্মঘটে ‘অসম বন্ধ’ ৰূপ ল’লে ৰাজ্যত

শ্ৰম সংহিতা বাতিল কৰা আৰু বিজেপি চৰকাৰৰ জনবিৰোধী কৰ্মকাণ্ডৰ বিৰুদ্ধে দেশজোৰা ধৰ্মঘটে ‘অসম বন্ধ’ ৰূপ ল’লে ৰাজ্যত

পুনৰ চৰ্চাত ডিমা হাছাওৰ চিইএম ডেব’লাল গোৰ্লোছা! মৃত্যুৰ ভাবুকি প্ৰদানৰ অভিযোগ গোৰ্লোছাৰ বিৰুদ্ধে

পুনৰ চৰ্চাত ডিমা হাছাওৰ চিইএম ডেব’লাল গোৰ্লোছা! মৃত্যুৰ ভাবুকি প্ৰদানৰ অভিযোগ গোৰ্লোছাৰ বিৰুদ্ধে

‘উদয়পুৰ ফাইলছ’ মুক্তিত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়েঃ কিয় বিতৰ্কৰ মাজত সোমাই পৰিছে চিনেমাখন?

‘উদয়পুৰ ফাইলছ’ মুক্তিত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়েঃ কিয় বিতৰ্কৰ মাজত সোমাই পৰিছে চিনেমাখন?

‘আধাৰ প্ৰাথমিক পৰিচয় পত্ৰ নহয়’- নাগৰিকত্ব সংশোধনী বিতৰ্ক সন্দৰ্ভত UIDAI-ৰ বিষয়াৰ মন্তব্য

‘আধাৰ প্ৰাথমিক পৰিচয় পত্ৰ নহয়’- নাগৰিকত্ব সংশোধনী বিতৰ্ক সন্দৰ্ভত UIDAI-ৰ বিষয়াৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd