• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আফগানিস্তান, আৰৱৰ পৰা সৈন্য আনি কাশ্মীৰৰ পাছত ভাৰত দখল কৰাৰ হুংকাৰ; আখতাৰৰ বিতৰ্কিত মন্তব্য ভাইৰেল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 25, 2020 11:39 am

1 min read

Akhtar

ছোৱেইব আখতাৰ, উৎস-ইণ্টাৰনেট

277
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ প্ৰত্যাহাৰৰ কৰাৰ পাছতে কৰা বিতৰ্কিত মন্তব্যৰ বাবে ভাৰতীয় জনসাধাৰণৰ ৰোষৰ সন্মুখিন হৈছিল ছোৱাইব আখতাৰ।

পৰৱৰ্তী সময়ত পাকিস্তানৰ হিন্দু ক্ৰিকেটাৰ দানিশ কানেৰিয়াক সমৰ্থন কৰি আখতাৰে কিছু পৰিমাণে ভাৰতীয় জনসাধাৰণৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছিল।

কিন্তু বৰ্তমান সময়ত ‘গাজওয়া-ই-হিন্দ’ প্ৰতিষ্ঠানৰ বাবে মুছলমান সকলৰ বাবে কৰা এটা আবেদনৰ বিতৰ্কিত ভাইৰেল ভিডিঅ’ প্ৰচাৰ হোৱাত ভাৰতত পুনৰ ৰোষৰ সন্মুখিন হ’বলগীয়া হৈছে আখতাৰ।

শেহতীয়া বিতৰ্কিত ভিডিঅ’টোত আখতাৰে পাকিস্তানী মহিলা সাংবাদিক এগৰাকীক সাক্ষাৎকাৰ প্ৰদান কৰিছে।

আখতাৰে গজৱা-ই-হিন্দ প্ৰতিষ্ঠানৰ বিষয়ে মুখ খুলি ভাৰত আক্ৰমণৰ প্ৰসংগ উত্থাপন কৰে।

‘‘আমাৰ প্ৰাচীন সাহিত্য গাজৱা-ই-হিন্দৰ সপোন এদিন পুৰণ হ’ব। আফগানিস্তান, উজবেকিস্তান আৰু আৰবৰ পৰা সৈন্যৰ দল আহি লাহোৰ হৈ কাশ্মীৰ দখল কৰা হ’ব আৰু পৰৱৰ্তী সময়ত ভাৰত আক্ৰমণ কৰা হ’ব,’’ আখতাৰে বিতৰ্কিত সাক্ষাৎকাৰটোত এইদৰে উল্লেখ কৰে।

পাকিস্তানী সাধাৰণ জনসাধাৰণৰ মনতো ভাৰতৰ বিৰুদ্ধে ধৰ্মযুদ্ধ ঘোষণা কৰাৰ যি কল্পনা সেই কল্পনাই ভাৰতীয় নাগৰিক সকলৰ লগতে বিশ্বৰ জনসাধাৰণক চমকিত কৰি তুলিছে।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd