• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নেচাই দালে গালে ঘাটি! ক্ষণিকৰ ভিতৰতে ‘হিৰো’ হৈ পৰিল ‘জিৰো’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2024 2:46 pm
Hero Alam
779
VIEWS
Share on FacebookShare on Twitter

সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ বাবে হিৰো আলম এটি চিনাকী নাম। আজৱ কাৰনামাৰে হিৰো আলমে নেটিজেনক যোগাই আহিছে মনোৰঞ্জন।

কোটি কোটি অনুৰাগীৰে সামাজিক মাধ্যমত দপদপাই আছে হিৰো আলমে। এক কথাত হিৰো আলম চ’ছিয়েল মিডিয়াৰ চাঞ্চল্য। গৃ্হভূমি বাংলাদেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত আছে তেওঁৰ অসংখ্য অনুৰাগী।

The movie Sahosi Hero Alam is going to release on 27 March

চ’ছিয়েল মিডিয়াৰ এই চেলিব্ৰেটিগৰাকীয়ে শেহতীয়াকৈ অৱতীৰ্ণ হৈছিল বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত। হয়তো ভাবিছিল, অনুৰাগীৰ ভোটেৰে নিৰ্বাচিত হ’ব সংসদলৈ।

পিছে আলমৰ এই আশাত চেঁচাপানী পৰিল। নিৰ্বাপিত হ’ল জয়ৰ আশা। কোটি কোটি অনুৰাগী থকাৰ পাছতো নিৰ্বাচনত শোচনীয়ভাৱে পৰাস্ত হ’ল। মুখথেকেচা খালে হিৰো আলমে।

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আলমৰ আমানতৰ ধনো জব্দ হ’ল। বগুৰা-৪ সমষ্টিত নাৰিকল প্ৰতীক লৈ বাংলাদেশ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল হিৰো।

Hero' Alam loses election, security deposit

কিন্তু শোচনীয়ভাৱে পৰাজিত হৈ চ’ছিয়েল মিডিয়াৰ চাঞ্চল্য আলমে মাত্ৰ ২,১৭৫টা ভোট লাভ কৰে। যতি পৰে সংসদত প্ৰৱেশৰ স্বপ্ন।

 

উল্লেখ্য যে দেওবাৰে ঘোষণা হোৱা দেশখনৰ দ্বাদশ ৰাষ্ট্ৰীয় নিৰ্বাচনত বৃহৎ জয়েৰে পঞ্চমবাৰলৈ ক্ষমতালৈ আহিছে আৱামী লীগ। সংসদৰ ৩০০ খনৰ ভিতৰত ২৯৯ খন আসনত নিৰ্বাচন অনুষ্ঠিত হৈছিল।

আৰু ২৯৯ খন আসমৰ ভিতৰত শ্বেখ হাছিনাৰ নেতৃত্বাধীন আৱামী লীগে ২২৩ খন আসনত জয়ী হৈছে। বাংলাদেশৰ নিৰ্বাচনত একপ্ৰকাৰে বিৰোধীক ধূলিস্যাৎ কৰিলে হাছিনাৰ দলে।

এই ফলাফলৰ লগে লগে একেৰাহে চতুৰ্থবাৰলৈ আৰু সামগ্ৰীকভাৱে পঞ্চম বাৰলৈ দেশখনৰ প্ৰধানমন্ত্ৰী হ’ব শ্বেখ হাছিনা। লক্ষণীয়ভাৱে এইবাৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীয়ে ৬২ খন আসনত জয়লাভ কৰে।

ইপিনে এইবাৰ নিৰ্বাচনত জাতীয় পাৰ্টিয়ে ১১ খন আসন, কল্যাণ পাৰ্টিয়ে ১ খন আসন লাভ কৰে। জাছদৰ ১ খন আসন, ৱৰ্কাৰছ পাৰ্টিয়ে ১ খন আসন পায়।

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd