• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাতীৰ আক্ৰমণৰ পৰা বিদ্যালয়গৃহ ৰক্ষাৰ বাবে নিৰ্মাণ সৌৰচালিত বৈদ্যুতিক বেৰা

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , February 15, 2020 9:43 am

2 min read

IMG_20200214_135028

ফটো : নর্থ-ইষ্ট নাও

3.2k
VIEWS
Share on FacebookShare on Twitter

এবাৰ-দুবাৰ নহয় ১৮ বাৰকৈ হাতীৰ আক্ৰমণত বিধ্বস্ত হৈ পৰিছে এখন প্ৰাথমিক বিদ্যালয়। বিভিন্ন কৌশল অৱলম্বনৰ পাছতো হাতীৰ পৰা ৰক্ষা কৰিব পৰা নাই বিদ্যালয়খনৰ গৃহ।

অৱশেষত শুকুৰবাৰে বিদ্যালয়খনৰ চৌহদৰ চৌপাশে সৌৰচালিত বৈদ্যুতিক বেৰা সংস্থাপিত কৰি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। উদ্বোধন কৰে কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওঁগে।

বিদ্যালয়খন শিলঘাটস্থিত নাম কামাখ্যা প্ৰাথমিক বিদ্যালয় বুলি জানিব পৰা গৈছে।

কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেন্টাৰ ফৰ লাৰ্জ লেণ্ডস্কেপ কনজাৰ্ভেশ্যন আৰু প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত বিদ্যালয়খনৰ চৌহদত এই সৌৰচালিত বৈদ্যুতিক বেৰা নিৰ্মাণ কৰা হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ম’ন্টানাৰ নিৱাসী এন্থনি প’ল ক্লিভেনজাৰ আৰু ৰবাৰ্ট এমেন্টৰ বিশেষ আৰ্থিক অনুদানেৰে নিৰ্মান কৰা এই বৈদ্যুতিক বেৰাই এতিয়াৰে পৰা হাতীৰ আক্ৰমণৰ পৰা বিদ্যালয় গৃহ ৰক্ষা কৰিব বুলি আশাবাদী নাম কামাখ্যা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ লগতে ছাত্ৰ-ছাত্ৰী।

সেয়েহে বিদ্যালয় প্ৰাংগনত আয়োজিত উদ্বোধনী অনুষ্ঠানত দুয়োগৰাকী বিদেশী সংৰক্ষণবিদক আন্তৰিক ধন্যবাদ জনায় ছাত্ৰ-ছাত্ৰী সকলে।

অনুষ্ঠানত বিদ্যালয়খনৰ সমূহ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰীৰ উপৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰাণজিৎ শইকীয়া, কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি নিপেন কেওঁট, ৱৰ্ল্ড হেৰিটেজ হিৰো আৰণ্যকৰ ড৹ বিভূতি প্ৰসাদ লহকৰ, ড৹ জ্যোতি দাস, আৰণ্যকৰ সৌৰচালিত বেৰাৰ বিশেষজ্ঞ অঞ্জন বৰুৱা, কলিয়াবৰ মহকুমাৰ সহকাৰী আয়ুক্তদ্বয় ক্ৰমে বাৰ্বী হাজৰিকা আৰু মিনাক্ষী পাৰমিজ, বিদ্যলয় পৰিচালনা সমিতিৰ সভাপতি ভৱেন শৰ্মাকে আদি কৰি ভালে কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

হাতীৰ পৰা বিদ্যালয় গৃহ ৰক্ষাৰ বাবে বৈদ্যুতিক বেৰা নিৰ্মাণ কৰি দিয়াৰ বাবে আৰণ্যক আৰু চেন্টাৰ ফৰ লাৰ্জ লেণ্ডস্কেপ কনজাৰ্ভেশ্যনক সকলোৱে ধন্যবাদ জ্ঞাপন কৰে।

Recent News

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd