DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচন : চামগুৰিত আৰক্ষীৰ সন্মুখতে কংগ্ৰেছীৰ লাঠীৰ কোব পৰিল বিজেপি কৰ্মীৰ পিঠিত

বিদ্যুৎ জ্যোতি বৰা by বিদ্যুৎ জ্যোতি বৰা
November 28, 2018 9:30 pm
পঞ্চায়ত নিৰ্বাচন : চামগুৰিত আৰক্ষীৰ সন্মুখতে কংগ্ৰেছীৰ লাঠীৰ কোব পৰিল বিজেপি কৰ্মীৰ পিঠিত
232
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চামগুৰি অঞ্চলত বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থী মাজৰ সংঘাত বৃদ্ধি পাবলৈ ধৰিছে।

আজি পুনৰ চামগুৰিত কংগ্ৰেছ আৰু বিজেপিৰ কৰ্মীৰ মাজত সংঘাত হয়। প্ৰাপ্ত তথ্য মতে নগাঁও জিলাৰ চামগুৰি সমষ্টি অধীনৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বাজিয়াগাঁও পঞ্চায়তৰ কলং সুঁতিত দিনৰ প্ৰায় ১১ বজাত একাংশ বিজেপি কৰ্মীয়ে অঞ্চলটোত থকা কংগ্ৰেছৰ পোষ্টাৰ ফালি পেলাই।

আনহাতে সেই সময়তে উক্ত স্থানত আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাই থকা অৱস্থাতে বাজিয়াগাঁও দিশৰ পৰা আহি থকা বিজেপি দলৰ এখন জীপ আৰু মাৰতি ভানত একাংশ কংগ্ৰেছী কৰ্মীয়ে লাঠীৰে কোবাই গাড়ী দুখনৰ গ্লাছ ভঙাৰ লগতে বিজেপি কৰ্মীকো প্ৰহাৰ কৰে।

মন কৰিব লগীয়া যে এই সমস্ত ঘটনা আৰক্ষীৰ সন্মুখতে সংঘটিত হোৱাৰ পিছতো আৰক্ষী পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত বিফল হয়। কিছু সময়ৰ পিছত আৰক্ষীৰ উচ্চপদস্থ বিষয়াসহ অৰ্ধসামৰিক বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈহে পৰিস্থিতি নিয়্ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

আনহাতে দুই পক্ষৰ আক্ৰমণত বিজেপিৰ কৰ্মী বিপুল শইকীয়া, অহিদুল ইছ্লাম আঘাতপ্ৰাপ্ত হোৱাৰ লগতে চিৰাজুল হক, ৰছিদুল হক নামৰ দুজন কংগ্ৰেছ কৰ্মীও আহত হয় বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Recent News

Bengal youth jailed in Nepal

ডলাৰ নোটৰ প্ৰিণ্টআউট লগত নিয়াই হ’ল কাল! নেপালত কাৰাগাৰত দিন কটাইছে পশ্চিম বংগৰ যুৱকে

Andhra Pradesh violence over renaming district

জিলাৰ নতুন নামাকৰণক লৈ অন্ধ্ৰ প্ৰদেশত উত্তপ্ত পৰিস্থিতি: জ্বলাই দিলে মন্ত্ৰীৰ ঘৰ

Postmaster Lost 1 Crore In IPL Bets

আনৰ পিঠাৰে বিহু পাতি বিপদত পোষ্টমাষ্টৰ: পানীত পৰিল ১ কোটি টকা

Texas School Shooting

ৰক্তাক্ত টেক্সাছ: বিদ্যালয়ৰ ভিতৰত বন্দুকধাৰী কিশোৰৰ গুলীচালনাত ১৮ শিশুসহ ২১ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd