• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘কিছুমান মানুহে মোক গণতন্ত্ৰৰ শিক্ষা দিব খুজিছে’; কাক লক্ষ্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে ক’লে?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 26, 2020 5:31 pm

2 min read

index.jpg
851
VIEWS
Share on FacebookShare on Twitter

বিতৰ্কিত কৃষি আইনৰ বাতিলৰ দাবীত দিল্লী সংযোগী সীমান্তৱৰ্তী অঞ্চলত কৃষকৰ প্ৰতিবাদে ৩১ টা দিন অতিক্ৰম কৰাৰ সময়তে এই তিনি আইনৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তীৰ্যক মন্তব্যৰে আক্ৰমণ কৰিছে বিৰোধীক।

বিৰোধী তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কিছু দিল্লীৰ পৰা কিছু লোকে তেওঁক গণতন্ত্ৰ শিক্ষাৰ দিব খুজিছে।

‘যিয়ে মোক গণতন্ত্ৰৰ শিক্ষা দিব খুজিছে তেওঁৰ দলে ক্ষমতাত থকা ৰাজ্যত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়া স্বত্বেও নিৰ্বাচন অনুষ্ঠিত কৰা নাই।’ বুলিও মোদীয়ে কটাক্ষ কৰে ৰাহুল গান্ধীক।

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে বিতৰ্কিত তিনি কৃষি আইনৰ বিৰোধিতাৰে দুইকোটি মানুহৰ স্বাক্ষৰসম্বলিত এখন দাবী ৰাষ্ট্ৰপতিক অপৰ্ণ কৰিবলৈ ৰাহুল গান্ধীৰ নেতৃত্বত এদল কংগ্ৰেছ সাংসদে ৰাষ্ট্ৰপতি ভৱনলৈ গৈছিল।

কিন্তু দিল্লী আৰক্ষীয়ে উক্ত প্ৰতিনিধি দলটোক ৰাষ্ট্ৰপতিক সাক্ষাৎৰ অনুমতি নিদিলে। প্ৰিয়ংকা আৰু ৰাহুল গান্ধীসহ বহু কেইজন কংগ্ৰেছ সাংসদক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ইয়াৰ পিছতে ৰাহুল গান্ধীয়ে মোদী চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ কয়, “দেশত গণতন্ত্ৰ নাই। যিয়ে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে মাত মাতিব সিয়েই দেশদ্ৰোহীৰ আখ্যা পায়। আৰএছএছ প্ৰধান মোহন ভাগৱতেও মোদীৰ বিৰোধিতা কৰিলে তেওঁকো সন্ত্ৰাসবাদী আখ্যা দিয়া হ’ব।”

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কিছুদিন নিশ্চুপ আছিল যদিও আজি ভিডিঅ’ কনফাৰেন্স যোগে জন্মু আৰু কাশ্মীৰত ‘আয়ুস্মমান ভাৰত’ উন্মোচন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তাৰ প্ৰত্যুত্তৰ দি আক্ৰমণৰ লক্ষ্য কৰি লয়।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd