• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শিক্ষা

চৰকাৰী নিযুক্তি পৰীক্ষাৰ বাবে প্ৰয়োজনীয় ভাৰতৰ ইতিহাস সম্পৰ্কে কেইটামান প্ৰশ্নোত্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2025 9:30 pm
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১/ পানী পথৰ যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?

উত্তৰঃ ১৫২৬ চনত। বাবৰ আৰু ইব্ৰাহিম লোডীৰ মাজত।

Apply Now

২/ খানভা যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?

উত্তৰঃ ১৫২৭ চনত। বাবৰ আৰু ৰাণা চাংগাৰ মাজত।

৩/ চন্দেৰীৰ যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?

উত্তৰঃ ১৫২৮ চনত। বাবৰ আৰু মেদিনী ৰায়ৰ মাজত।

৪/ ঘাগৰাৰ যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?

উত্তৰঃ ১৫২৯ চনত। বাবৰ আৰু আফগানী সেনাৰ মাজত।

৫/ বাবৰৰ আত্মজীৱনীখনৰ নাম কি?

উত্তৰঃ বাবৰনামা। (তুৰ্কী)।

৬/ বাবৰনামা পাৰ্চী ভাষালৈ কোনে অনুবাদ কৰিছিল?

উত্তৰঃ আব্দুল ৰহিম খানে খানাই ‘তুজুক ই বাবৰি” নামেৰে বাবৰনামা পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল।

৭/ মোগল সাম্ৰাজ্যৰ চৰকাৰী ভাষা কি আছিল?

উত্তৰঃ পাৰ্চী।

৮/ দেৱৰাৰ যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?

উঃ ১৫৩১ চনত। হুমায়ূন আৰু শ্বেৰ শ্বঝ চুৰীৰ মাজত এই যুদ্ধ হৈছিল। এই যুদ্ধত হুমায়ূনে জয় লাভ কৰিছিল।

৯/ দিন পনাহ নামৰ চহৰখন কোনে নিৰ্মাণ কৰিছিল?

উঃ হুমায়ূন।

১০/ চৌছাৰ যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?

উঃ ১৫৩৯ চনত। হুমায়ূন আৰু শ্বেৰ শ্বাহ চুৰীৰ মাজত। এই যুদ্ধত শ্বেৰ শ্বাহ চুৰীৰ জয় হৈছিল।

১১/ কৌনজৰ যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?

উঃ ১৯৪০ চনত। হুমায়ূন আৰু শ্বেৰ শ্বাহ চুৰীৰ মাজত। এই যুদ্ধত শ্বেৰ শ্বাহ চুৰীৰ জয় হৈছিল।

১২/ হুমায়ূনৰ পত্নীৰ নাম কি আছিল?

উঃ হামিদা বেগম।

১৩/ হুমায়ূনৰ ভগ্নীৰ নাম কি আছিল?

উঃ গুলবদন বেগম।

১৪/ ইবাদত খানা কোনে স্থাপন কৰিছিল?

উঃ আকবৰে।

১৫/ দীন ই ইলাহী কোনে আৰম্ভ কৰিছিল?

উঃ আকবৰে।

১৬/ আকবৰৰ ৰাজসভাৰ নৱ ৰত্ন কেইজনৰ নাম কি?

উঃ বীৰবল, মান সিং, টোডৰমল, তানসেন(ৰাম তনু পাণ্ডে), আব্দুল ৰহিম খানে খানা, আবুল ফজল, ফৈজী, মোল্লা ডো প্যাজা, হাকিম মোকাম।   

১৭/ মনচবদাৰী প্ৰথা কোনে প্ৰৱৰ্ত্তন কৰিছিল?

উঃ আকবৰে।

১৮/ আইন ই আকবৰী আৰু আকবৰ নামা কোনে ৰচনা কৰিছিল?

উঃ আবুল ফজল।

১৯/ জিজিয়া কৰ কোনে বিলোপ কৰিছিল?

উঃ আকবৰে।

২০/ ফাটেহপুৰ চিক্ৰি কোনে নিৰ্মাণ কৰাইছিল?
উঃ আকবৰ।

১৮/ আইন ই আকবৰী আৰু আকবৰ নামা কোনে ৰচনা কৰিছিল?

উঃ আবুল ফজল।

১৯/ জিজিয়া কৰ কোনে বিলোপ কৰিছিল?

উঃ আকবৰে।

২০/ ফাটেহপুৰ চিক্ৰি কোনে নিৰ্মাণ কৰাইছিল?
উঃ আকবৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd