• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুদূৰ ৰাজস্থানৰ পৰা কোৰবানিৰ বাবে ছাগলী আনিলে সোনাইৰ বিজেপি বিধায়ক আমিনুল হক লস্কৰে

NE NOW NEWS অপর্ণা লস্কৰ
শিলচৰ , August 22, 2018 3:36 pm

2 min read

Sitting MLA from Sonai, Aminul Haque Laskar proudly displays two goats brought from Rajasthan as part of Bakri Eid celebrations on Wednesday
97
VIEWS
Share on FacebookShare on Twitter

বিজোপি দলৰ টিকটত ২০১৬ৰ নিৰ্বাচনত বিধান সভালৈ নিৰ্বাচিত হোৱা শিলচৰৰ সোনাই সমষ্টিৰ বৰ্তমানৰ বিধায়ক আমিনুল হক লস্কৰে সুদুৰ ৰাজস্থানৰ পৰা দুটা ছাগলী ক্ৰয় কৰি আনিছে ঈদ-উল-জোহা উপলক্ষে কোৰবানি কৰাৰ উদ্দেশ্যে।  এই ছাগলী দুটা স্থলপথেৰে শিলচৰলৈ লৈ অনাত প্ৰয়োজন হৈছিল ১৫ দিন সময়ৰ।

আইনুল হকে কৈছে যে এটা পৰিৱৰ্তন বিচাৰি তেওঁ এইবাৰ কোৰবানিৰ বাবে ছাগলী দুটা সুদুৰ ৰাজস্থানৰ পৰা অনাটো স্থিৰ কৰিছিল। ইছলাম ধৰ্মাৱলম্বী লোকৰ ভক্তি আৰু ত্যাগৰ এই পৱিত্ৰ দিনটোত কোৰবানি কৰাৰ বাবে লৈ অহা ছাগলী দুটাৰ ওজন হৈছে যথাক্ৰমে ৫৬ কেজি আৰু ৮৬ কেজি।  আজি নিশাৰ বকৰীদৰ ভোজৰ বাবে এই ছাগলী দুটাৰ মাংসৰ পৰা সুস্বাদু ব্যঞ্জন ৰন্ধা হ’ব।

আজি ঈদ-উল-জোহা উপলক্ষে একাপ চাহৰ বাবে নৰ্থ-ইষ্ট নাওৰ এই প্ৰতিৱেদকক নিমন্ত্ৰণ কৰি এমোকোৰা হাঁহিৰে বিধায়কগৰাকীয়ে কৈছে যে তেওঁ এই ছাগলী দুটা কোৰবানি কৰাৰ উদ্দেশ্যে আনিছে।

এই প্ৰতিবেদকৰ আগত পাছত তেওঁ কয়, ‘’একঘেঁয়ামীৰ পৰা আঁতৰি অহাৰ বাবে মই এই ডাঙৰ জাতৰ ছাগলী দুটা সুদূৰ ৰাজস্থানৰ পৰা ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছিলোঁ। প্ৰায় ১৫ দিন ধৰি এই ছাগলী দুটা ৰাজস্থানৰ পৰা শিলচৰলৈ অনাৰ বাবত মই ছাগলী দুটাৰ দামকে ধৰি মুঠ ৬৬,০০০ টকা ব্যয় কৰিছোঁ।”

তেওঁ আৰু কয়, ‘’বকৰীদ বছৰত এবাৰ আহে, সেয়েহে মই এই ৰিস্কটো লৈছিলোঁ। ছাগলী দুটাৰ মূল্যতকৈও ইহঁতৰ পৰিবহণ ব্যয় অধিক আছিল। এতিয়া অতিথিসকলৰ অপ্যায়নৰ বাবে আয়োজন কৰা  বকৰীদৰ নিশাৰ ভোজৰ বাবে মই আতুৰ হৈ পৰিছোঁ।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd