• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“এআই-ৰ যুগত ভুল অনুবাদ গ্ৰহণযোগ্য নহয়”: সোণম ৱাংচুকৰ গোচৰত কেন্দ্ৰক সকীয়নী উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 17, 2026 8:50 am
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জলবায়ু কৰ্মী সোণম ৱাংচুকৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা ভিডিঅ‘ৰ ট্ৰেন্সক্ৰিপ্ট বা লিখিত পাঠৰ সত্যতাক লৈ সোমবাৰে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে দেশৰ উচ্চতম ন্যায়ালয়ে। কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ এই যুগত অনুবাদসমূহ নিখুঁত হোৱা উচিত বুলি মন্তব্য কৰি ন্যায়ালয়ে চৰকাৰক ৱাংচুকৰ ভাষণৰ প্ৰকৃত প্ৰতিলিপি দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু ন্যায়াধীশ পি বি বৰালেৰ বিচাৰপীঠে অতিৰিক্ত ছলিচিটৰ জেনেৰেল কে এম নটৰাজক উদ্দেশ্যি কয় যে সোণম ৱাংচুকে আগবঢ়োৱা বক্তব্য আৰু চৰকাৰে দাখিল কৰা অনুবাদৰ মাজত আকাশ-পাতাল পাৰ্থক্য দেখা গৈছে। জ্যেষ্ঠ অধিবক্তা কপিল চিবালে আদালতত যুক্তি দৰ্শায় যে কৰ্মীজনৰ নামত এনে কিছুমান শব্দ আৰোপ কৰা হৈছে, যিবোৰ তেওঁ কেতিয়াও কোৱাই নাছিল।

Apply Now

বিচাৰপীঠে কয় যে, “আমাক ভাষণৰ প্ৰকৃত প্ৰতিলিপি লাগে। আপোনালোকে দাখিল কৰা অনুবাদ ৭-৮ মিনিটৰ, কিন্তু ভাষণটো আছিল মাত্ৰ ৩ মিনিটৰ। বৰ্তমানৰ এআই যুগত অনুবাদৰ নিখুঁততা কমেও ৯৮ শতাংশ হয়। গতিকে তেওঁ যি কৈছে, তাৰ সঠিক অনুবাদহে থাকিব লাগে।”

কপিল চিবালে চৰকাৰী অনুবাদৰ বিসংগতি আঙুলিয়াই দি কয় যে ৱাংচুকে নেপালৰ প্ৰসংগ টানি আনি যুৱপ্ৰজন্মক উচটনি দিয়া বুলি যি দাবী কৰা হৈছে, তাৰ কোনো ভিত্তি নাই। তেওঁ অভিযোগ কৰে যে অস্তিত্বহীন তথ্যৰ ওপৰত ভিত্তি কৰি এজন ব্যক্তিক আটক কৰি ৰখাটো অতিশয় দুৰ্ভাগ্যজনক। আনহাতে, চৰকাৰী পক্ষই কয় যে অনুবাদৰ কামটো এটা নিৰ্দিষ্ট বিভাগে কৰে আৰু তেওঁলোক এই ক্ষেত্ৰত বিশেষজ্ঞ নহয়।

কেন্দ্ৰীয় চৰকাৰে আদালতক জনায় যে আটক কৰি ৰখাৰ পাছত ৱাংচুকক ২৪ বাৰকৈ স্বাস্থ্য পৰীক্ষা কৰা হৈছে আৰু তেওঁ বৰ্তমান সম্পূৰ্ণ সুস্থ। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি দিয়ে যে যিটো ভিত্তিৰ ওপৰত ৱাংচুকক আটক কৰা হৈছে, সেই পৰিস্থিতি এতিয়াও সলনি হোৱা নাই। গতিকে স্বাস্থ্যৰ দোহাই দি তেওঁক মুক্তি দিয়াটো সম্ভৱ নহয়।

ইফালে সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি আঙমোৱে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (NSA), ১৯৮০-ৰ অধীনত কৰা এই আটকক অবৈধ বুলি ঘোষণা কৰিবলৈ উচ্চতম ন্যায়ালয়ত এক ‘হেবিয়াছ ক‘ৰ্পাছ‘ আবেদন দাখিল কৰিছিল। যোৱা বছৰৰ ২৪ ছেপ্টেম্বৰত লেহ্-ত হোৱা হিংসাত্মক ঘটনাৰ সৈতে ৱাংচুকৰ কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰি তেওঁ কয় যে ৱাংচুকে নিজেই সেই হিংসাক গৰিহণা দিছিল।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত চৰকাৰে কোনো ব্যক্তিক দেশৰ প্ৰতিৰক্ষাৰ বাবে ক্ষতিকৰ বুলি গণ্য কৰিলে সৰ্বাধিক ১২ মাহলৈ আটক কৰি ৰাখিব পাৰে। আদালতে বৃহস্পতিবাৰে এই গুৰুত্বপূৰ্ণ গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে।ইফালে সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি আঙমোৱে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (NSA), ১৯৮০-ৰ অধীনত কৰা এই আটকক অবৈধ বুলি ঘোষণা কৰিবলৈ উচ্চতম ন্যায়ালয়ত এক ‘হেবিয়াছ ক‘ৰ্পাছ‘ আবেদন দাখিল কৰিছিল। যোৱা বছৰৰ ২৪ ছেপ্টেম্বৰত লেহ্-ত হোৱা হিংসাত্মক ঘটনাৰ সৈতে ৱাংচুকৰ কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰি তেওঁ কয় যে ৱাংচুকে নিজেই সেই হিংসাক গৰিহণা দিছিল।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত চৰকাৰে কোনো ব্যক্তিক দেশৰ প্ৰতিৰক্ষাৰ বাবে ক্ষতিকৰ বুলি গণ্য কৰিলে সৰ্বাধিক ১২ মাহলৈ আটক কৰি ৰাখিব পাৰে। আদালতে বৃহস্পতিবাৰেএই গুৰুত্বপূৰ্ণ গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm
 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

September 2, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd