• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাই কোনো তথ্য! স্বামীৰ মুক্তি বিচাৰি এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2025 10:48 am
56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখৰ প্ৰতিবাদৰ ঘটনাত গ্ৰেপ্তাৰ কৰা অভিযন্তা, গৱেষক তথা সমাজ কৰ্মী সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি আংমোৰে তেওঁৰ মুক্তিৰ দাবীত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। সোণমক গ্ৰেপ্তাৰ কৰাটো ‘অবৈধ’ বুলি দাবী কৰি তেওঁ শীৰ্ষ আদালতত আবেদন দাখিল কৰিছে।

ইয়াৰ উপৰিও গীতাঞ্জলীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু লাডাখৰ উপ-ৰাজ্যপাল কবিন্দ্ৰ গুপ্তালৈ পত্ৰ প্ৰেৰণ কৰি স্বামীৰ শীঘ্ৰে মুক্তি বিচাৰিছে।

Apply Now

পত্ৰখনত তেওঁ প্ৰশ্ন উত্থাপন কৰিছে, “ৰাইজৰ স্বাৰ্থক সমৰ্থন কৰাটো পাপ নেকি?” ছ’চিয়েল মিডিয়াত লিখিছে, ‘মই সোণম ৱাংচুকক মুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ত বন্দী প্ৰত্যক্ষীকৰণ (হাবিয়াছ কৰ্পাছ) আবেদন দাখিল কৰিছো। আজি এসপ্তাহ হ’ল। তথাপিও ৱাংচুকৰ স্বাস্থ্য, তেওঁৰ অৱস্থা বা তেওঁক আটক কৰাৰ কাৰণৰ বিষয়ে মোৰ হাতত কোনো তথ্য নাই।‘

লাডাখত অশান্তিৰ তিনিদিন পিছত ২৬ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল ৱাংচুকক। ‘থ্ৰী ইডিয়টছ’ চিনেমাত আমিৰ খানৰ চৰিত্ৰ ‘ৰাঞ্চো’ তেওঁৰ আৰ্হিত নিৰ্মাণ কৰা হৈছিল। বহুতে তেওঁক প্ৰকৃত ‘ৰাঞ্চো’ বুলিও কয়।

কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনে কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ৱাংচুকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। লাডাখৰ আৰক্ষীৰ ডিজি এছ ডি সিং জামৱালৰ নেতৃত্বত আৰক্ষী বাহিনীয়ে নিশা ২:৩০ বজাত ৱাংচুকক তেওঁৰ লেহৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে।

চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, নিৰাপত্তাজনিত কাৰণত তেওঁক লেহ জেলৰ পৰিৱৰ্তে ৰাজস্থানৰ যোধপুৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।

কিন্তু লাডাখবাসীৰ এটা অংশই ধাৰণা কৰে যে যোধপুৰক এনেদৰে বাছনি কৰা হৈছে যাতে লেহত ৱাংচুকৰ সমৰ্থকৰ প্ৰতিবাদৰ প্ৰভাৱ যাতে কাৰাগাৰত নপৰে। উল্লেখ্য যে ২৪ ছেপ্টেম্বৰত লাডাখত জেন জিৰ প্ৰতিবাদৰ পিছত বিদেশী অনুদান নিয়ন্ত্ৰণ আইন (এফচিআৰএ) উলংঘা কৰাৰ অভিযোগৰ ওপৰত শ্বাহৰ মন্ত্ৰালয়ে ব্যৱস্থা গ্ৰহণ কৰিছিল।

যোৱা মাহতে কেন্দ্ৰই ৱাংচুকৰ সংস্থা ‘হিমালয়ান ইনষ্টিটিউট অৱ অলটাৰনেটিভছ লাডাখ’ (HIAL) আৰু ‘Students Educational and Cultural Movement of Ladakh’ (SECMOL)ৰ বিৰুদ্ধে নিয়ম উলংঘা কৰি বিদেশী অনুদান লাভ কৰাৰ অভিযোগত চিবিআইৰ তদন্তৰ নিৰ্দেশ দিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd