• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ ৰাজ্যসভালৈ ছোনিয়া গান্ধী; বুধবাৰে দাখিল কৰিব মনোনয়ন

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 13, 2024 1:03 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৯ চনত ৰাহুল গান্ধী পৰাজিত হোৱাৰ পিছৰে পৰা আমেথি ইতিমধ্যে কংগ্ৰেছ আৰু গান্ধী পৰিয়ালৰ হাতত নাই। উত্তৰ প্ৰদেশৰ গান্ধী পৰিয়ালৰ হাতত থকা আন এখন আসন ৰায়েবৰেলীও এইবাৰ হাতৰ পৰা ওলাই যাব! ছোনিয়া গান্ধী দীৰ্ঘদিন ধৰি ৰায়বেৰেলীৰ সাংসদ হৈ আছে। কিন্তু আগন্তুক লোকসভা নিৰ্বাচনত ছোনিয়া গান্ধী তাৰ প্ৰাৰ্থী নহয়।

হিমাচল প্ৰদেশৰ কংগ্ৰেছ নেতৃত্বই তেওঁলোকৰ ৰাজ্যৰ পৰা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰীগৰাকী ৰাজ্যসভাৰ সদস্য হোৱাটো বিচাৰে। কিন্তু জানিব পৰা মতে ছোনিয়াৰ ব্যক্তিগত ইচ্ছা ৰাজস্থানৰ পৰা অহা।

ৰাজ্যসভাত মনোনয়ন দাখিলৰ অন্তিম দিন অহা বৃহস্পতিবাৰ। বুধবাৰে ৰাজস্থানৰ আসনৰ বাবে মনোনয়ন দাখিল কৰিব পাৰে ছোনিয়াই।

Apply Now

লগতে পঢ়কঃ বিজেপিৰ শ্বেতপত্ৰত `আদৰ্শ দুৰ্নীতি’; সেই গোচৰতে চকী হেৰুওৱা অশোক চৱনে যোগ দিব বিজেপিত!

ছোনিয়া গান্ধী লোকসভাত প্ৰতিদ্বন্দ্বিতা নকৰাৰ আঁৰৰ একমাত্ৰ কাৰণ তেওঁৰ শাৰীৰিক অসুস্থতা বুলি কংগ্ৰেছে দাবী কৰিছে। অৱশ্যে তেওঁ লোকসভাৰ প্ৰাৰ্থী নহয় বা ৰাজ্যসভালৈ যাব বুলি দলটোৱে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাই।

কংগ্ৰেছৰ এক সূত্ৰৰ মতে, প্ৰিয়ংকা গান্ধীৰ নামো ৰাজ্যসভাৰ সম্ভাৱ্য প্ৰাৰ্থীৰ আলোচনাত আছে। অৱশ্যে ৰায়বেৰেলীত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী হ’ব পাৰে প্ৰিয়ংকা গান্ধী। আচলতে প্ৰিয়ংকাই মাক আৰু ভাতৃৰ বাবে কাম কৰাৰ সূত্ৰে আমেথি আৰু ৰায়বেৰেলী ভালদৰে পৰিচিত। ৰায়বেৰেলীৰ কংগ্ৰেছ নেতৃত্বই এতিয়া প্ৰিয়ংকাক তাতেই বিচাৰে।

কিন্তু কংগ্ৰেছৰ এই সাধাৰণ সম্পাদকগৰাকীক যদি সংসদলৈ পঠিওৱা হয়, তেন্তে কৰ্ণাটক, তেলেংগানাৰ এখন নিৰাপদ আসনও বাছি লোৱা হ’ব পাৰে। এই ক্ষেত্ৰত ইন্দিৰা গান্ধীৰ ৰাজনৈতিক জীৱনৰ টাৰ্নিং পইণ্ট চিকমাগালু আলোচনাত আগবাঢ়ি আছে।

লগতে পঢ়কঃ খেল চলি থকাৰ সময়তে খেলপথাৰত বজ্ৰ পৰি মৃত্যু ফুটবলাৰৰ; চাওক শিহৰণকাৰী ভিডিঅ’

উল্লেখ্য যে উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী আৰু আমেথিৰ সৈতে গান্ধী পৰিয়ালৰ সম্পৰ্ক দীৰ্ঘদিনীয়া। ইন্দিৰা গান্ধী ৰায়বেৰেলীৰ দীৰ্ঘদিনীয়া সাংসদ আছিল। ৰাজনীতিত প্ৰৱেশ কৰাৰ পিছত ছোনিয়া গান্ধীয়ে ১৯৯৮ চনৰ লোকসভা নিৰ্বাচনত এই আসনখন বাছি লৈছিল।

আনহাতে, আমেথি আছিল ৰাজীৱ গান্ধীৰ আসন। তাৰ পৰা ১৯৮৪ আৰু ১৯৮৯ চনত দুবাৰকৈ জয়লাভ কৰিছিল ৰাজীৱ গান্ধীয়ে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd