DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাও ডুবিলেও টিঙৰ পৰা নানামে ছোনিয়াই, হৈয়েই থাকিব কংগ্ৰেছৰ সভানেত্ৰী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 14, 2022 7:02 am
নাও ডুবিলেও টিঙৰ পৰা নানামে ছোনিয়াই, হৈয়েই থাকিব কংগ্ৰেছৰ সভানেত্ৰী
186
VIEWS
Share on FacebookShare on Twitter

নাও ডুবিলেও টিঙৰ পৰা নামবিলৈ বিচৰা নাই কংগ্ৰেছৰ অন্তৰ্ৱতীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে।

কালি পাঁচ ৰাজ্যৰ নিৰ্বাচনী ব্যৰ্থতাৰ পৰ্যালোচনা কৰিবলৈ নতুন দিল্লীত আয়োজন কৰা কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠকত কংগ্ৰেছৰ ব্যৰ্থতাৰ কাৰণ উদ্ঘাটনতকৈ ছোনিয়া গান্ধীকেই সভানেত্ৰীৰ পদত বাহাল ৰখাৰ বিষয়টোৱে অধিক গুৰুত্ব লাভ কৰে।

দলটোৰ কাৰ্যকৰী সমিতিৰ বৈঠকৰ পিছত কংগ্ৰেছ দলৰ তৰফৰ পৰা ঘোষণা কৰা হয় যে ছোনিয়া গান্ধীয়েই সভানেত্ৰী হিচাবে দলটোৰ নেতৃত্বত থাকিব।

“কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীয়েই আমাক নেতৃত্ব দিব আৰু ভৱিষ্যতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি যাব। আমি সকলোৱে তেওঁৰ নেতৃত্বৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিছো’ —কাৰ্যকৰী সমিতিৰ বৈঠকৰ পিছত কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে সাংবাদিকৰ আগত এনেদৰে কয়।

গোৱা কংগ্ৰেছৰ শীৰ্ষ পদাধিকাৰ দিনেশ গুণ্ডু ৰাৱেও ছোনিয়া গান্ধীয়েই কংগ্ৰেছৰ সভানেত্ৰীৰ পদত বাহাল থাকিব বুলি স্পষ্ট কৰি দিয়ে।

ইফালে, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে গান্ধী পৰিয়ালৰ ওপৰত বিশ্বাস ব্যক্ত কৰি ৰাহুল গান্ধী কংগ্ৰেছ দলৰ সভাপতি হোৱা উচিত বুলি মন্তব্য কৰে।

উল্লেখ্য কংগ্ৰেছৰ বিসম্বাদী জি-২৩ গোটৰ নেতাসকলে দলটোৰ সভাপতি হিচাবে এগৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ নাম প্ৰস্তাৱ কৰিছিল। এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি কংগ্ৰেছৰ সভাপতি পদৰ বাবে জি-২৩ নেতাসকলে প্ৰবীণ কংগ্ৰেছ নেতা মুকুল ৱাছনিৰ নাম প্ৰস্তাৱ কৰিছিল।

গুলাম নবী আজাদ আৰু আনন্দ শৰ্মাই মুকুল ৱাচনিকক দলৰ সভাপতি পতাৰ পৰামৰ্শ আগবঢ়াইছিল যদিও বিসম্বাদীৰ দাবী বা পৰামৰ্শৰ প্ৰতি গান্ধী পৰিয়ালৰ অনুগত নেতাসকলে কোনো গুৰুত্বই প্ৰদান কৰা দেখা নগ’ল।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd