DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চূড়ান্ত এন আৰ চি প্ৰকাশৰ পাছত উদ্ভৱ হ’ব পৰা পৰিস্থিতি সন্দৰ্ভত গৃহ মন্ত্ৰীৰে বৈঠক সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 19, 2019 8:17 pm
Sarbananda-Sonowal-with-Amit-Shah-750x375
684
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক তেখেতৰ নতুন দিল্লীৰ নৰ্থ ব্লকত থকা কাৰ্যালয়ত সাক্ষাৎ কৰি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

আগন্তুক ২১ আগষ্টত উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে দিন ধাৰ্য কৰি দিয়াৰ পৰিপ্ৰেক্ষিটত ৰাজ্যৰ সাম্প্ৰতিক আইন-শৃংখলাজনিত পৰিস্থিতিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্বাহে ৰাজ্যৰ শান্তিপূৰ্ণ পৰিৱেশ অটুত ৰখাৰ দিশত কেন্দ্ৰীয় চৰকাৰে সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াব বুলি মুখ্য মন্ত্ৰীক আশ্বাস প্ৰদান কৰে।

ইফালে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সহযোগত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ সময়ত ৰাইজৰ সহযোগত শান্তিপূৰ্ণ পৰিৱেশ অক্ষুণ্ণ থাকিব বুলি কয়।

ইয়াৰ উপৰি এন আৰ চিৰ অংশ খচৰা, সম্পূৰ্ণ খচৰা প্ৰকাশৰ সময়ত ৰাজ্যত যিদৰে শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিছিল এইবাৰো জনসাধাৰণে এই ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়াব বুলি মুখ্য মন্ত্ৰীয়ো আশা প্ৰকাশ কৰে।

মুখ্য মন্ত্ৰীয়ে লগতে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ দেশতে শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধ আৰু বন্ধুত্বপূৰ্ণ ভাৱধাৰা অধিক শক্তিশালী হৈ উঠিছে। ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতা শক্তিশালী কৰাৰ যাত্ৰাত প্ৰধান মন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত সকলো ভাৰতীয়ই দৃঢ়তাৰে পদক্ষেপ লৈছে বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd