DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দ্বিতীয়বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিষিদ্ধ হ’ব পাৰে দক্ষিণ আফ্ৰিকা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2020 11:43 am
682
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দললৈ নামি আহিছে গভীৰ সংকট। বৃহস্পতিবাৰে দেশৰ চৰকাৰে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট ব’ৰ্ড ‍‘ক্ৰিকেট দক্ষিণ আফ্ৰিকা’ক নিলম্বন কৰিছে।

চৰকাৰে লোৱা এই সিদ্ধান্ত আই চি চিৰ নিয়মৰ ভিতৰত নপৰে। আই চি চিৰ মতে কোনো দেশৰ চৰকাৰে ক্ৰিকেট ব’ৰ্ডত দখল দিব নোৱাৰে।

এই কাৰণৰ বাবে এতিয়া আই চি চিয়ে দক্ষিণ আফ্ৰিকাক নিষিদ্ধ কৰাৰ সম্ভাৱনাই দেখা দিছে।

উল্লেখ্য যে, বিগত বহু সময়ৰ পৰা ব’ৰ্ডৰ বিৰুদ্ধে বৰ্ণবাদ, ভ্ৰষ্টাচাৰ আৰু খেলুৱৈক বেতন নিদিয়াৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে।

ছাউথ আফ্ৰিকান স্প’ৰ্টছ এণ্ড অলিম্পিক কমিটিয়ে পত্ৰৰ জৰিয়তে ক্ৰিকেট ব’ৰ্ডৰ সকলো সদস্যকে নিজৰ নিজৰ পদৰ পৰা আঁতৰিবলৈ কয়।

ক্ৰিকেট দক্ষিণ আফ্ৰিকাত আৰম্ভ হোৱা বিভিন্ন খেলিমেলি সম্পৰ্কে ছাউথ আফ্ৰিকান স্প’ৰ্টছ এণ্ড অলিম্পিক কমিটিয়ে যোৱা বছৰ তদন্ত আৰম্ভ কৰিছিল।

তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া ক্ৰিকেট দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰে।

উল্লেখ্য যে আই চি চিৰ নিয়ম অনুসৰি ক্ৰিকেট খেলা দেশ এখনৰ ব’ৰ্ড সম্পূৰ্ণ স্বাধীন হ’ব লাগে। ব’ৰ্ডখন চৰকাৰৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰত থাকিব লাগে।

কিন্তু দক্ষিণ আফ্ৰিকাৰ চৰকাৰে লোৱা এই সিদ্ধান্ত আই চি চিৰ নিয়মত নপৰে। সেয়ে এই বিষয়টো নিস্পত্তি নোহোৱালৈকে আই চি চিয়ে দক্ষিণ আফ্ৰিকাক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিষিদ্ধ কৰিব পাৰে।

মন কৰিব লগীয়া যে এই একেই কাৰণৰ বাবে আই চি চিয়ে জিম্বাৱেকো নিষিদ্ধ কৰিছিল।

যদিহে আই চি চিয়ে নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয় তেন্তে দ্বিতীয়বাৰৰ বাবে নিষিদ্ধ হোৱা দেশত পৰিণত হ’ব দক্ষিণ আফ্ৰিকা।

ইয়াৰ পূৰ্বে, ১৯৭০ চনৰ পৰা ১৯৯০ চনলৈ বৰ্ণবাদৰ অভিযোগত দলটোক নিষিদ্ধ কৰিছিল।

Recent News

UP Couple Kills Daughter

অ’নাৰ কিলিং! গৰ্ভাৱস্থা পৰীক্ষাৰ কিট পোৱাৰ বাবেই যুৱতীক হত্যা নিজ পিতৃ-মাতৃৰ!

Indian Missing In Turkey

ভূমিকম্প বিধ্বস্ত তুৰস্কত সন্ধানহীন ভাৰতীয় নাগৰিক: ১০ ভাৰতীয় আৱদ্ধ ভূমিকম্পপীড়িত চহৰত

Rahul Gandhi accuses Modi

বন্ধু আদানীক ৰক্ষণাবেক্ষণ মোদীৰ! সংসদত পুনৰ সোচ্চাৰ ৰাহুল গান্ধী

dust storm in Guwahati

ধূলিয়ৰি গুৱাহাটী: অত্যন্ত নিম্ন স্তৰত মহানগৰীৰ বায়ুৰ গুণাগুণ সূচাংক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd