• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওজন ১৪০ কিলোগ্ৰাম, মদ আৰু ধূমপানত ডুবি অনিদ্ৰাৰ বলি! কি হৈছে কিমৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2023 7:43 pm
উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী নেতা কিম জং উন। ফটো সৌজন্য: ইউটিউব।

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী নেতা কিম জং উন। ফটো সৌজন্য: ইউটিউব।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁৰ ওজন ১৪০ কিলোগ্ৰাম। আকণ্ঠ মদ আৰু ধূমপানত নিমজ্জিত। হৈছে অনিদ্ৰাৰ বলি। তেওঁ এগৰাকী ৰাষ্ট্ৰ নেতা। সকলোৰে অতি চিনাকি মুখ। নাম তেওঁৰ কিম জং উন। ১৬ মে’ত শেষবাৰৰ বাবে ৰাজহুৱাভাৱে দেখা দিছিল তেওঁ। তেতিয়াই তেওঁৰ চকুৰ তলত ক’লা দাগ দেখা গ’ল।

ৰাষ্ট্ৰনেতা গৰাকী যেনেকৈ ভালে থকা নাই, তেনেদৰে তেওঁৰ ৰাষ্ট্ৰৰো অৱস্থা ভাল নহয়। উত্তৰ কোৰিয়াৰ সামগ্ৰিক পৰিস্থিতিৰ অৱনতি ঘটিছে। দেশত খাদ্য শস্যৰ নাটনি। চৰম মুদ্ৰাস্ফীতি ঘটিছে। খাদ্যৰ অভাৱত মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে।

শেহতীয়াকৈ উত্তৰ কোৰিয়াৰ শাসক কিম জং উন অনিদ্ৰাত ভুগি থকা বুলি জানিব পৰা গৈছে। কোৱা হৈছে যে একনায়কত্ববাদী নেতাৰ মদ আৰু নিকোটিনৰ ওপৰত নিৰ্ভৰশীলতাই অতি বেয়া পৰ্যায়ত উপনীত হৈছে।

Apply Now

লগতে পঢ়ক: দশম শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা বাদ পৰিল ‘পিৰিয়ডিক টেবুল’,‘গণতন্ত্ৰৰ অধ্যায়: বিতৰ্কত NCERT

শেহতীয়াকৈ ব্লুমবাৰ্গত এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ পাইছে। তাত দক্ষিণ কোৰিয়াৰ এটা চোৰাংচোৱা সংস্থাই কিমৰ ব্যক্তিগত বিষয়ৰ এই সকলো তথ্য দিয়া বুলি দাবী কৰে।

চোৰাংচোৱা সেৱাৰ প্ৰতিবেদন অনুসৰি উত্তৰ কোৰিয়াৰ প্ৰশাসন অনিদ্ৰা সম্পৰ্কীয় তথ্য সংগ্ৰহৰ বাবে অতি আগ্ৰহী। আনকি অনিদ্ৰা ৰোগৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ ব্যৱহাৰ সম্পৰ্কেও বিতং তথ্য সংগ্ৰহ কৰি আছে।

অৱশ্যে এইটো কিমান বিশ্বাসযোগ্য সেই কথাত বহুতে বিভ্ৰান্ত হৈ পৰিছে। কাৰণ এই ৰোগবোৰ বৰ জটিল নহয়,  এই বিষয়ে তথ্যও বৰ অসামঞ্জস্যপূৰ্ণ নহয়।

লগতে পঢ়ক: জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই আৰক্ষীৰ অপৰাধীকৰণৰ ছবিখন স্পষ্ট কৰিলে: ডি ৱাই এফ আই

তদুপৰি, কিমৰ দৰে ৰাষ্ট্ৰনেতা যদি এনে ৰোগত আক্ৰান্ত হয়, তেন্তে তেওঁৰ নিৰাময়ৰ বাবে মুকলিকৈ এনেদৰে তথ্য সন্ধান কৰা হ’বনে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
নদীৰ নায়ক বিট্টু তাবাহি

নদীৰ নায়ক বিট্টু তাবাহি

September 7, 2026 7:28 pm
জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

September 7, 2026 6:48 pm
সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 7, 2026 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
নদীৰ নায়ক বিট্টু তাবাহি

নদীৰ নায়ক বিট্টু তাবাহি

September 7, 2026 7:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd