• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিডে কাঢ়ি নিলে জনপ্ৰিয় কণ্ঠশিল্পী এছ পি বালাসুব্ৰমণিয়মক, শোকস্তব্ধ দেশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 25, 2020 3:52 pm

1 min read

sp
288
VIEWS
Share on FacebookShare on Twitter

কালান্তক কোভিডে কাঢ়ি নিলে জনপ্ৰিয় কণ্ঠশিল্পী এছ পি বালাসুব্ৰমনিয়মক।

কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হোৱা শিল্পী গৰাকীক ভৰ্তি কৰোৱা হৈছিল চেন্নাইৰ এম জি এম চিকিৎসালয়ত ।

যোৱা ৫ আগষ্টৰ পৰা  তেওঁ চিকিত্‍সাধীন হৈ আছিল। চিকিৎসকৰ সকলো চেষ্টা ব্যৰ্থ কৰি অৱশেষত শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে শিল্পী গৰাকীয়ে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৪ বছৰ।

প্ৰায় ৪০ হাজাৰ গীতেৰে  সংগীতৰ ক্ষেত্ৰ খনক চহকী কৰি থৈ যোৱা বালাসুব্ৰমণিয়মৰ গীত সমূহ এটা সময়ত মানুহৰ মুখে মুখে আছিল।

বিগত কিছুদিন ধৰি স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল কণ্ঠশিল্পীগৰাকীৰ।চিকিৎসাসয়ৰ পৰাই তেওঁ  ভিডিঅ’ শ্বেয়াৰ কৰি নিজৰ শাৰীৰিক অৱস্থাৰ কথা গুণমুগ্ধক জনাইছিল।

ছটাকৈ ৰাষ্ট্ৰীয় বঁটা বিজয়ী কণ্ঠশিল্পীগৰাকী ২০০১ চনত পদ্মশ্ৰী আৰু ২০১১ চনত পদ্মভূষণ সন্মানেৰে বিভূষিত হৈছিল।

‘কবুতৰ যা যা’,’বহুত প্যাৰ কৰতে হ্যে’, ‘পেহলা পেহলা প্যাৰ হ্যে’ আদি ৯০ ৰ দশকতে গোৱা তেওঁৰ গীত সমূহে ধুমুহাৰ সৃষ্টি কৰিছিল।

শিল্পী গৰাকীয়ে ‘মেইনে প্যাৰ কিয়া’ ছবিৰ বাবে গোৱা গীত বোৰে সকলোৰে মনত দোলা দি গৈছিল।

শিল্পীগৰাকীৰ মৃত্যুত এতিয়া শোক স্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ।

তেওঁৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি বিভিন্ন জনে গভীৰ শোক ব্যক্ত কৰিছে।

Recent News

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

Electronic Voting Ma

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰশিক্ষণ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd