• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱশেষত থমকিল হ’ল ইটালীৰ জয়ৰ অশ্বমেধ ঘোঁৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2021 12:45 pm
Spain end Italy’s record unbeaten streak
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমাগত ৩৭ খন মেচত মেচত অপৰাজেয়! অবিশ্বাস্য যাদুকৰী প্ৰদৰ্শনেৰে ২০১৮ ৰ বিশ্বকাপ ফুটবলৰ পাছতেই বিজয়ৰ অশ্বমেধ ঘোঁৰা মেলি দিয়া ইটালীয়ে কালি অৱশেষত পৰাজয়ৰ মুখ দেখিলে।

উৱেফা নেচনচ্ লীগৰ ছেমি ফাইনেলত কালি ইটালীক পৰাস্ত কৰিলে স্পেইনে। এই জয়েৰে স্পেইন বিগত ইউৰোৰ ছেমিত ইটালীৰ বিৰুদ্ধে হোৱা পৰাজয়ৰো পোটক তুলিলে।

ইটালীৰ চান চিৰ’ত অনুষ্ঠিত হোৱা খেলখনত যুৱ খেলুৱৈৰে ভৰপূৰ স্পেইনৰ প্ৰদৰ্শন আছিল চমকপ্ৰদ। ইউৰো জয়ী ইটালীক কোনো সুযোগেই নিদিলে স্পেইনে।

খেলখনৰ অধিক সময় বল নিজৰ দখলত ৰখা স্পেইনে ১৭ মিনিটতেই অগ্ৰগতি লাভ কৰে। ডিফেণ্ডাৰ মাৰ্কোচ এলঞ্চোৰ পাছত প্ৰথমটো গল স্ক’ৰ কৰে ষ্টাইকাৰ ফেৰান টৰেচে।

Apply Now

অৱশ্যে খেলৰ ৩৭ মিনিটত সমতা স্থাপনৰ এটা সুন্দৰ সুযোগ নষ্ট কৰে ইটালীয়ে। বাওঁফালৰ পৰা অহা এটা সুন্দৰ পাছত গল দিয়াৰ সুৱৰ্ণ সুযোগ পাইছিল দলৰ তাৰকা খেলুৱৈ ইনচিগনেই। কিন্তু গলৰক্ষকৰ সোঁফালেৰে চতুৰতাৰে বল ঠেলি গলপোষ্টৰ ভিতৰত পঠিয়াবলৈ চেষ্টা কৰোঁতে বল গলপোষ্টৰ বাহিৰেৰে মাৰি পঠায় ইনচিগনেই।

খেলৰ ৪২ মিনিটত বিধিনিষিদ্ধ ভাৱে বিপক্ষৰ অধিনায়ক বাস্কুৱেটছ্ক ফাউল কৰাৰ বাবে দ্বিতীয়টো হালধীয়া কাৰ্ড খাই ফিল্ড এৰিব লগীয়া হয় ইটালীৰ ফুলবেক তথা অধিনায়ক বনুচিয়ে।

ইয়াৰ কিছুসময় পাছতেই ইনজুৰি টাইমত ইটালীৰ ভাগি পৰা ডিফেঞ্চৰ সুবিধা লৈ অয়াৰজাবালৰ পৰা অহা ক্ৰছত দৰ্শনীয় হেডিঙেৰে বল নেটলৈ ঠেলি স্পেইনৰ হৈ আৰু ব্যক্তিগত দ্বিতীয়টো গল দিয়ে টৰেচে।

অৱশ্যে ১০ জন খেলুৱৈৰে অধিক সময় খেলিবলগীয়া হোৱা ইটালীয়েও গল স্ক’ৰৰ বাবে পৰ্যাপ্ত প্ৰচেষ্টা চলায়। পৰিৱৰ্ত খেলুৱৈ হিচাপে ফিল্ডত নমা লৰেঞ্জো পেলেগ্ৰীণীয়ে ৮৩ মিনিটত ইটালীৰ হৈ এটা গল দিয়ে।

অৱশ্যে তাৰ পিছত এটা দলেও গল স্ক’ৰিং কৰিবলৈ সক্ষম নহয় আৰু স্পেইনে ২-১ ব্যৱধানত জয় সাব্যস্ত কৰে আৰু ফাইনেলত প্ৰৱেশ কৰে।

আজিৰ খেলখনত অভিষেক ঘটা ফুটবল বিশ্বৰ নৱতম চাঞ্চল্য ১৭ বছৰীয়া গাভিয়ে স্পেইন জাতীয় দলৰ হৈ অভিষেক ঘটোৱা আটাইতকৈ কম বয়সীয়া ফুটবলাৰ হিচাপে পৰিগণিত হয়।

আজি নেচনচ্ লীগৰ দ্বিতীয়খন ছেমিত বেলজিয়াম আৰু ফ্ৰাঞ্চ অৱতীৰ্ণ হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

October 9, 2026 8:08 pm
প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd