DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কেন্দ্ৰীয় বাজেট ২০২০-২১; কৃষিক অগ্ৰাধিকাৰ, মৎস্য তথা পশু পালক সকলৰ বাবে সুখবৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 1, 2020 11:59 am
Budget 2020

নিৰ্মলা সীতাৰমণ

22.7k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত একবিংশ শতিকাৰ তৃতীয় দশকৰ প্ৰথমখন বিত্তীয় বাজেট দাখিল কৰে।

২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে দাখিল কৰা বিত্তীয় বাজেটত কৃষিখণ্ডক বিশেষ অগ্ৰাধিকাৰ দিয়া হয়।

বাজেটত নিৰ্মলা সীতাৰমণে দেশৰ কৃষকসকলৰ বাবে ভালেমান সুখবৰ লৈ আহিছে।

২০২০-২১ বিত্তীয় বাজেটত খেতিয়কসকলৰ আয় দুগুণ কৰাৰ বাবে ১৬ টা ‘একশ্যন প্লেন’ নিৰ্ধাৰণ কৰা হৈছে।

কেন্দ্ৰীয় বাজেটত কৃষি খণ্ডৰ বাবে মুঠ ২.৮৩ লাখ কৌটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে।

এই বাজেটেৰে কৃষি খণ্ডত কৃষক সকলৰ বাবে সৌৰ শক্তি চালিত পাম্প যোগান ধৰাৰ লগতে মস্য পালন, পশু পালন, দুগ্ধ উৎপাদনৰ ক্ষেত্ৰতো বিশেষ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।

চৰকাৰে ২০২০-২৩ চনৰ ভিতৰত দেশত দুগ্ধ উৎপাদন দুগুণ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে।

আনহাতে, ২০২০-২৩ চনৰ ভিতৰত দেশত ২০০ লাখ টন মাছ উৎপাদন কৰাৰ বাবেও চৰকাৰে লক্ষ্য স্থিৰ কৰিছে যাৰ বাবে বাজেটত মস্য পালক সকলৰ বাবে আঁচনি গ্ৰহণ কৰিছে।

আনহাতে, পশু পালনৰ ক্ষেত্ৰত পোহনীয়া জীৱ-জন্তুৰ হ’ব পৰা তিনিবিধ মূল ৰোগৰ নিৰাময়ৰ বাবে বাজেট ধাৰ্য্য কৰা হৈছে।

তদুপৰি, কৃষি ক্ষেত্ৰত জৈৱিক সাৰ প্ৰয়োগৰ লগতে সন্তুলিত মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগৰ বাবেও বাজেট ধাৰ্য্য কৰা হৈছে।

তদুপৰি, খেতিয়কসকলৰ বাবে নাবাৰ্ডৰ পুনৰ ঋণ প্ৰদান আঁচনি সক্ৰিয় কৰাৰ লগতে বিশেষ ৰে’ল সেৱা আৰম্ভ কৰিব।

Recent News

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Indigenous status to Muslim চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

Indigenous status to Muslim চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

Golden Langur বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

Golden Langur বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd