• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যাত্ৰীসকলৰ সুবিধাৰ্থে কিছুসংখ্যক ষ্টেশ্যনত স্পেচিয়েল ৰাজধানী এক্সপ্ৰেছৰ সময়সূচীৰ পৰিৱৰ্তন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 6, 2020 4:56 pm
2.1k
VIEWS
Share on FacebookShare on Twitter

উৎসৱৰ বতৰত ৰে’লযাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় ৰে’লৱে অতিৰিক্ত ৰে’লৰ চলাচল আৰম্ভ কৰিছে।

বৰ্তমান কাটিহাৰ আৰু আনন্দ বিহাৰ(দিল্লী)ৰ মাজত উৎসৱ স্পেচিয়েল ৰে’লৰ ২৬ টা ট্ৰিপ চলাবৰ বাবে ৰে’লৱেই সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰত্যেকটা দিশত ১৩ খনকৈ স্পেচিয়েল ৰে’লৰ ট্ৰিপ থাকিব আৰু স্পেচিয়েল ৰে’ল নং ০৪৪২৩ কাটিহাৰৰ পৰা অহা ১১ নৱেম্বৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ ২৩ নৱেম্বৰ পৰ্যন্ত ২২-৪৫ ঘণ্টাত যাত্ৰা প্ৰাৰম্ভ কৰি ১৩ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰ পৰ্যন্ত আনন্দ বিহাৰ টাৰ্মিনাচত উপস্থিত হ’ব।

ভটিয়নি যাত্ৰাৰ সময়চোৱাত উৎসৱ স্পেচিয়েল ৰেল নং ০৪৪২৪ খনে অহা ১০ নৱেম্বৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ২২ নৱেম্বৰ ২০২০ পৰ্যন্ত দৈনিক ১৫.২০ ঘণ্টাত আনন্দ বিহাৰ টাৰ্মিনাচৰ পৰা যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ১৯.৫৫ ঘণ্টাত কাটিহাৰত উপস্থিত হ’ব।

এই স্পেচিয়েল ৰে’লখনত লাগেজ ভেন থকাৰ উপৰিও ১৩ টা শ্লীপাৰ শ্ৰেণীৰ ডবা, ৫ টা সাধাৰণ শ্ৰেণীৰ ডবাৰ গঠনেৰে আধুনিক এল এইচ বি ডবা থাকিব।

ৰে’লখনে উভয় যাত্ৰাৰ সময়চোৱাত বাৰাউনি জংচন, সমস্তিপুৰ জংচন, হাজীপুৰ জংচন, চাপ্ৰা, গোৰখপুৰ জংচন আৰু কানপুৰ চেণ্ট্ৰেল ষ্টেশ্যন হৈ যাত্ৰা কৰিব।

আনহাতে, ০২৪২৩/০২৪২৪ ডিব্ৰুগড়-নিউ দিল্লী স্পেচিয়েল ৰাজধানী এক্সপ্ৰেছ ৰে’লখনৰ আগমন আৰু প্ৰস্থানৰ সময়সূচী কেইটিমান ষ্টেশ্যনত পৰিৱৰ্তন কৰা হৈছে।

সেই অনুসৰি ৭ নৱেম্বৰত ৰেল নং ০২৪২৩ নিউ জলপাইগুড়ীৰ পৰা ১৩.২৫ ঘণ্টাত যাত্ৰা কৰিব। ৰে’লখন ১৪.৩০ ঘণ্টাত কিষাণগঞ্জত আহি উপস্থিত হ’ব আৰু ১৪.৩২ ঘণ্টাত তাৰ পৰা যাত্ৰা প্ৰাৰম্ভ কৰি কাটিহাৰ ষ্টেশ্যনত ১৬.২৫ ঘণ্টাত আহি উপস্থিত হ’ব আৰু কাটিহাৰৰ পৰা ১৬.৩৫ ঘণ্টাত যাত্ৰা প্ৰাৰম্ভ কৰিব।

সেই একেদৰে, ৰে’ল নং ০২৪২৪ খনে কাটিহাৰৰ পৰা ১০.০৫ ঘণ্টাত যাত্ৰা প্ৰাৰম্ভ কৰিব।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd