DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত গাঁৱে গাঁৱে মিছন বসুন্ধৰা আঁচনি লৈ প্ৰশাসনৰ বিশেষ পদক্ষেপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2021 4:43 pm
Special steps taken by the administration on the Mission Vasundhara Scheme in Teok
130
VIEWS
Share on FacebookShare on Twitter

মিছন বসুন্ধৰা,অসম চৰকাৰৰ এক বিশেষ আঁচনি। ‘মোৰ ভূমি মোৰ অধিকাৰ’ শীৰ্ষক শ্ল’গানেৰে এই আঁচনিৰ জৰিয়তে ভূমি সম্বন্ধীয় সকলো সমস্যা দূৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে।

বিশেষকৈ চৰকাৰী আৱন্টনপ্ৰাপ্ত ভূমি ম্যাদীকৰণ, উত্তৰাধিকাৰী সুত্ৰে নামজাৰি, একচনীয়া পট্টা ম্যাদীকৰণ, দলিল সুত্ৰে নামজাৰি,বিবাদমুক্ত বাতোৱাৰা, মাটীৰ শ্ৰেণী পৰিবৰ্তন, ভূমিৰ নথি সংশোধনী, পট্টাদাৰৰ মোবাইল নম্বৰ অন্তৰ্ভূক্তকৰণ, ৰাজহ নথিৰ পৰা দখল তথা স্বত্তবিহীন পট্টাদাৰৰ নাম কৰ্তন আদিৰ অন্তৰ্ভূক্ত কৰিছে এই মিছনত।

তাৰে পৰিপেক্ষত টীয়কৰ বিভিন্ন অঞ্চলত টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ে গাঁৱে গাঁৱে ৰাজহ আদালত অনুষ্ঠিত কৰি ৰাইজৰ ভূমি সম্বন্ধীয় কাম-কাজ কৰাত ব্যস্ত হৈ পৰিছে।লগতে এই ক্ষেত্ৰত আৰু অধিক সজাগতা আনিবলৈ বিভিন্ন অঞ্চলত বাটৰ নাট,ঘোষণা আদিৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

উল্লেখ্য এই যে অহা ৩০ নৱেম্বৰ এই সুবিধাসমূহ গ্ৰহণৰ অন্তিম দিন। সেয়ে ৩০ নৱেম্বৰৰ ভিতৰত সকলোকে আহি বিভাগীয় বিষয়া কৰ্মচাৰীৰ সৈতে ৰাইজক যোগাযোগ কৰিবলৈ কাৰ্যালয়ৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে।

Recent News

Millitants killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: দুই লস্কৰ-ই-তৈবা সদস্য নিহত

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Swara Bhasker

অভিনেত্ৰী স্বাৰা ভাস্কৰলৈ মৃত্যুৰ ভাবুকি: সাভাৰকাৰক অপমান নকৰিবলৈ সকীয়নি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd