• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সংসদত আজি পুনৰ চমক দিবলৈ সাজু বিজেপি; উত্থাপন হ’ব য়ুনিফর্ম চিভিল কোড!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 11, 2020 8:42 am

2 min read

modi_speech_505_060220020712
541
VIEWS
Share on FacebookShare on Twitter

আজি সকলোৰে দৃষ্টি দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত নিৱদ্ধ হৈ থকাৰ সময়তে কেন্দ্ৰৰ বিজেপি চৰকাৰে সংসদত এক চমক দিবলৈ আগবাঢ়িছে।

সংসদৰ বাজেট অধিৱেশনৰ কামকাজ ক্ষিপ্ৰ কৰি তুলি কেন্দ্ৰীয় চৰকাৰে নতুন চমক দিবলৈ সাজু হৈছে।

সোমবাৰে দুপৰ বিজেপিয়ে লোকসভা আৰু ৰাজ্যসভাৰ দলৰ সাংসদসকলক হুইপ জাৰি কৰে।

হুইপ জাৰি কৰাৰ পাছতে ছচিয়েল মিডিয়াত ইয়াৰ সৰৱ চৰ্চা আৰম্ভ হৈ পৰে।

টুইটাৰত বহুতেই য়ুনিফৰ্ম চিভিল কোডৰ লগতে দিল্লীৰ ফলাফলক লৈ ব্যাপক চৰ্চা চলে।

বাজেট অধিৱেশনৰ প্ৰথম ভাগৰ আজি অন্তিম দিন আৰু আজিয়েই দুয়োখন সদনতে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেট বিতৰ্কৰ উত্তৰ দিব।

Govt to introduce Uniform Civil Code Bill in parliament today. pic.twitter.com/ofSbx36NC3

— Javed M Ansari (@javedmansari) February 11, 2020

এনেকুৱা সময়তে বিজেপিয়ে দুয়োখন সদনৰ নিজৰ দলৰ সদস্যসকলক উপস্থিত থকাৰ বাবে হুইপ জাৰি কৰে আৰু চৰকাৰক সমৰ্থন দিয়াৰ বাবে নিৰ্দেশ দিয়ে।

উল্লেখ্য যে এইবাৰ বাজেট সমাপ্ত হোৱাৰ পূৰ্বে চৰকাৰে সংসদত ‘মানী বিল’ উত্থাপন কৰিব। টেক্সৰ সৈতে জড়িত বিবাদৰ নিষ্পত্তিৰ বিধেয়ক সংসদত গৃহীত কৰোৱা হ’ব। ইয়াৰ বাবেও হুইপ জাৰি কৰা হ’ব।

I predicted when no one else …

Let c Tomorrow ?#UniformCivilCode #DelhiResults pic.twitter.com/LRzlmsL2k7

— Niraj Singh नीरज ?? (@PatriotNiraj) February 10, 2020

দুপৰ নিশআ বিজেপিয়ে হুইপ জাৰি কৰাৰ কথা পোহৰলৈ অহাৰ পাছতে টুইটাৰত বিভিন্নজনে সক্ৰিয় হৈ পৰে আৰু বিভিন্ন ধৰণৰ অনুমান সদৰী কৰে।

দৰাচলতে, ইয়াৰ পূৰ্বে যেতিয়াই বিজেপিয়ে এনেধৰণে নিজৰ সাংসদৰ ওপৰত হুইপ জাৰি কৰিছে তেতিয়া কিবা ডাঙৰ সিদ্ধান্তৰ বাবে আগবাঢ়ে।

সেয়া লাগিলে জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ প্ৰত্যাহাৰেই হওক বা ৰাম মন্দিৰৰ বাবে ট্ৰাষ্টৰ নামৰ ঘোষণাই হওক। তদুপৰি, নাগৰিকত্ব সংশোধনী আইনৰ সময়তো এনেকুৱাই হৈছিল।

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd