• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰা. প্ৰধান মন্ত্ৰী সিঙৰ পিছত গান্ধী পৰিয়ালৰ এছ পি জি নিৰাপত্তা কৰ্তন, কংগ্ৰেছৰ গৰিহণা

অনুপ শৰ্মা by অনুপ শৰ্মা
November 8, 2019 8:47 pm
Sonia Gandhi SPG cover to Gandhis withdrawn: report

ছোনিয়া গান্ধী, উৎস-ইণ্টাৰনেট

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙৰ পিছত কংগ্ৰেছ শীৰ্ষ নেতৃত্ব ছোনিয়া, ৰাহুল আৰু প্ৰিয়ংকা গান্ধীৰ এছ পি জি নিৰাপত্তা কেন্দ্ৰই শুকুৰবাৰে বাতিল কৰিছে, বাতৰিত প্ৰকাশ।

গৃহ মন্ত্ৰ্যালয়ৰ সূত্ৰৰে প্ৰকাশিত একাধিক বাতৰিত কোৱা হৈছে গান্ধী পৰিয়ালৰ সদস্যকেইজনক জেদ প্লাছ কেটেগৰিৰ নিৰাপত্তা আগবঢ়োৱা হ’ব।

Apply Now

কংগ্ৰেছ নেতাকেইজনৰ বিশেষ নিৰাপত্তা কৰ্তনৰ পিছত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী হ’ব এছ পি জি বেষ্টনীত থকা ভাৰতৰ একমাত্ৰ ব্যক্তি।

এই সন্দৰ্ভত বাতৰি লিখা পৰলৈকে চৰকাৰী বিবৃতি জাৰি হোৱা নাই যদিও কংগ্ৰেছে ইতিমধ্যে ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰিছে।

প্ৰধান মন্ত্ৰী মোদী আৰু গৃহ মন্ত্ৰী শ্বাহক পোনপটীয়াকৈ সমালোচনা কৰি কংগ্ৰেছে ইয়াক “ব্যক্তিগত ঘৃণা আৰু বৈৰিতা”ৰ ৰাজনীতি বুলি অভিহিত কৰিছে।

কংগ্ৰেছৰ যোগাযোগ বিভাগৰ ৰাষ্ট্ৰীয় ভাৰবাহী ৰণদীপ সিং সূৰ্য্যৱালাই কিছু সময় পূৰ্বে বিষয়টো লৈ নতুন দিল্লীত সংবাদমেল সম্বোধন কৰিছে।

LIVE: Congress Party briefing by @rssurjewala, In-charge, Communications, AICC https://t.co/VtrSkbMU60

— Congress Live (@INCIndiaLive) November 8, 2019

কংগ্ৰেছ নেতা কে চি বেনুগোপালে প্ৰাক্তন প্ৰধান মন্ত্ৰী বাজপেয়ীয়ে এছ পি জি আইন সংশোধন কৰি গান্ধী পৰিয়ালক নিৰাপত্তা প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে।

“ভাৰতৰ দুগৰাকীকৈ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীক হত্যা কৰা হৈছিল আৰু ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধী পৰিয়ালক এছ পি জি নিৰাপত্তা দিবলৈ অটল বিহাৰী বাজপেয়ীয়ে আইন সংশোধন কৰিছিল। মোদী আৰু শ্বাহে এতিয়া সেইটো নোহোৱা কৰিছে,” বেনুগোপালে কয়।

অসমৰ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়ায়ো কেন্দ্ৰৰ সিদ্ধান্তৰ “কঠোৰ গৰিহণা” দিছে, আৰু মোদী চৰকাৰ “সংসদীয় গণতন্ত্ৰৰ শিষ্টাচাৰৰ সৈতে অপৰিচিত” বুলি মন্তব্য কৰিছে।

খবৰটো বিয়পি পৰাৰ পিছতে কংগ্ৰেছৰ বহু নেতা-কৰ্মীয়ে নতুন দিল্লীত গৃহ মন্ত্ৰী শ্বাহৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ জনাইছে।

ভাৰতীয় সংসদৰ দি স্পেশ্যেল প্ৰটেকচন গ্ৰুপ এক্ত, ১৯৮৮ৰ অধীনত দেশৰ প্ৰধান মন্ত্ৰীসকল আৰু তেওঁলোকৰ তাৎক্ষণিক পৰিয়ালৰ সদস্যৰ নিৰাপত্তাৰ বাবে এছ পি জি গঠন কৰা হৈছিল।

এছ পি জি ভাৰতৰ লগতে দেশৰ বাহিৰতো নিৰাপত্তাধীন ব্যক্তিৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত থাকে।

এছ পি জিৰ ইউনিফৰ্ম পৰিহিত নিৰাপত্তাৰক্ষীৰ লগতে আন্দাৰকাভাৰ এ’জেণ্টসকলে অতি অত্যাধুনিক বিশেষ অস্ত্ৰ ব্যৱহাৰ কৰে।

এছ পি জি নিৰাপত্তাধীন ব্যক্তিৰ গাড়ী আৰু বিমানৰ ক্ষেত্ৰতো বিশেষ নিৰ্দেশনাৱলী আছে।

অনুপ শৰ্মা

অনুপ শৰ্মা

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd