• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিকৃত মানসিকতা বাঢ়িছে সমাজত? কলেজীয়া ছাত্ৰীৰ গাত পিক পেলোৱাৰ প্ৰতিযোগিতা বাইকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 10, 2019 7:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰপেটা জিলাৰ পাঠশালাত এটা নতুন আৰু আচহুৱা আতংকই ত্ৰাসিত কৰিছে ইয়াৰ কলেজীয়া ছাত্ৰীসকলক। এই নতুন ত্ৰাসৰ বাবে সন্ধিয়াৰ সময়ত ছাত্ৰীসকলে সীমাবদ্ধ কৰিব লগীয়া হৈছে তেওঁলোকৰ বজাৰ-সমাৰ বা ফুৰা-চকাৰ নৈমিত্তিক কামকাজ।

যোৱা প্ৰায় এমাহৰ ভিতৰত কেইবাগৰাকী ছাত্ৰীৰ গাত সন্ধিয়াৰ চিকিমিকি পোহৰৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই পিক পেলাই থৈ বাইকেৰে দ্ৰুততাৰে আঁতৰি গৈছে।

Apply Now

একে ধৰণৰ কেইবাটাও ঘটনা ঘটাৰ পিছত আজি বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আছু গোটে পাঠশালা সদৰ আৰক্ষী থানাত লিখিতভাৱে জনায়। ভুক্তভোগী কেইবাগৰাকী ছাত্ৰী এইখন শিক্ষা প্ৰতিষ্ঠানৰ।

কেইবাগৰাকী ছাত্ৰীয়ে সংবাদ মাধ্যমৰ আগত তেওঁলোক বলি হোৱা পৰিস্থিতিৰ বিষয়ে বিৱৰণ দাঙি ধৰি কয় যে তেওঁলোক, বিশেষকৈ সন্ধিয়াৰ ভাগত, ৰাস্তাৰে গৈ থকা সময়তে দুই-তিনিজন যুৱক বাইকেৰে কাষেৰে পাৰ হৈ যাওঁতে গাত পিকাই থৈ যায়।

পোহৰ কম হোৱা বাবে বাইকাৰসকলক চিনি পোৱাত বা বাইকৰ নম্বৰ চিনাক্ত কৰাত অসুবিধা বুলি জনালে ছাত্ৰীকেইগৰাকীয়ে।

এগৰাকী ছাত্ৰীয়ে জনোৱা মতে, তেওঁৰ ক্ষেত্ৰত হোৱা ঘটনাটো অজানিতে বা ভুলক্ৰমে হোৱা বুলি ভাবিছিল। কিন্তু দুদিনমান পিছত একে ধৰণৰ ঘটনা একাধিক পোহৰলৈ অহাত এয়া পৰিকল্পিত বুলি গম পায়।

ভুক্তভোগী দুগৰাকী ছাত্ৰীৰ মতে, তেওঁলোকক পিক মৰাজন অকলে বাইকত আহিছিল।

তৃতীয় এগৰাকীক পিক মাৰে একেলগে অহা দুই-তিনিজন যুৱকে। সেই সময়ত চাৰিগৰাকী ছোৱালী আছিল দলটোত। ঘটনাটো আছিল ১৯ জুলাইৰ।

চতুৰ্থ এগৰাকী ভুক্তভোগীৰ মতে, তেওঁৰ ক্ষেত্ৰত একেই ঘটনা হৈছিল ৬ আগষ্টত। মাকৰ সৈতে বজাৰৰ পৰা ঘূৰি আহোতে। তেওঁক পিকোৱা ব্যক্তিজন বাইকত অকলে আহিছিল।

প্ৰায়কেইটা ঘটনা জ্যোতি নগৰ অঞ্চলত। বিকৃত মানসিকতাৰ প্ৰকাশ বুলিব পৰা এই ঘটনাত অঞ্চলটোৰ ছাত্ৰীসকল আতংকিত হোৱাৰ লগতে স্থানীয় সচেতন লোকৰ তীব্ৰ ক্ষোভৰ উদগিৰণ হৈছে।

ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ফেইচবুকত একাধিক পোষ্ট দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd