• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

অৱসৰপ্ৰাপ্ত খেলুৱৈসকলক ৰিছেট প্ৰগ্ৰেমৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে ড° মনসুখ মাণ্ডবিয়াই

নিজৰ কৃতিত্বৰে দেশক গৌৰৱান্বিত কৰা আমাৰ অৱসৰপ্ৰাপ্ত খেলুৱৈসকলক স্বীকৃতি আৰু সবলীকৰণৰ দিশত ৰিছেট কাৰ্যসূচী এক গুৰুত্বপূৰ্ণ পদক্ষেপঃ কেন্দ্ৰীয় মন্ত্ৰী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 14, 2024 3:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া আৰু শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মাণ্ডবিয়াই শেহতীয়াভাৱে আৰম্ভ কৰা “অৱসৰপ্ৰাপ্ত ক্ৰীড়াবিদ সৱলীকৰণ প্ৰশিক্ষণ” (ৰিছেট) কাৰ্যসূচীত আবেদন কৰাৰ লগতে দেশৰ ক্ৰীড়া পৰিস্থিতিতন্ত্ৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ক্ৰীড়া ক্ষেত্ৰলৈ অৰিহণা যোগোৱাৰ বাবে সমগ্ৰ দেশৰ অৱসৰপ্ৰাপ্ত ক্ৰীড়াবিদসকলক আহ্বান জনাইছে৷ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে ড০ মাণ্ডবিয়াই এই পদক্ষেপৰ শুভাৰম্ভ কৰিছিল। চৰকাৰৰ দায়বদ্ধতাক আলোকপাত কৰি ড০ মাণ্ডবিয়াই কয়, “আমাৰ অৱসৰপ্ৰাপ্ত খেলুৱৈসকলক স্বীকৃতি আৰু সবলীকৰণৰ দিশত ৰিছেট কাৰ্যসূচী এক গুৰুত্বপূৰ্ণ পদক্ষেপ। যিসকলে নিজৰ কৃতিত্বৰে দেশখনক গৌৰৱান্বিত কৰিছে নতুন দক্ষতা বিকাশ, ক্ৰীড়া সম্প্ৰদায়ৰ সৈতে সংযুক্ত হৈ থাকিব আৰু দেশৰ ক্ৰীড়া ঐতিহ্যত অৰিহণা যোগাই যাব।”

ৰাজ্য চৰকাৰে বহন ক্ষমতাতকৈ অধিক ঋণ লোৱা আৰু সেই ঋণৰ ধন মূলধন সৃষ্টি তথা উৎপাদনমূলক কামত ব্যৱহাৰ হোৱাৰ পৰিবর্তে তাৰ এটা অংশ ঋণৰ সুদ পৰিশোধত ব্যবহাৰ কৰিবলগীয়া হোৱাটো ৰাজ্যখনৰ অৰ্থনীতিৰ বাবে শুভলক্ষণ নহয় বুলি কেগৰ শেহতীয়া প্রতিবেদনযোগে সকীয়াই দিয়াৰ পিচতো শাসকীয় চৰকাৰখনে তালৈ কেৰেপ কৰা নাই। উল্লেখ্য যে ইয়াৰ পূর্বেও একাধিকবাৰ ৰাজ্যখনত অভাবনীয় ঋণৰ বোজা আৰু তাৰ বিপৰীতে সেই ধন উৎপাদনমূলক কামত ব্যয় নোহোৱাক লৈ কেগৰ প্রতিবেদনত উদ্বেগ প্রকাশ কৰিছিল। বাৰম্বাৰ সেই সতর্কবাণীকো নেওচা দি ৰাজ্য চৰকাৰখনে কাগজে-কলমে ৰাজ্যিক ঘৰুৱা উৎপাদনৰ হাৰ বৃদ্ধিৰ দোহাই দি প্রতি মাহে ঋণ সংগ্রহত নামি পৰিছে। শেহতীয়াভাবে যোৱা ২৭ আগষ্টত এহেজাৰ কোটি ঋণ লোৱা চৰকাৰে চলিত মাহৰ ১৭ ছেপ্টেম্বৰত ভাৰতীয় বিজার্ভ বেংকৰ জৰিয়তে নতুনকৈ ৫০০ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত লৈছে। মন কৰিবলগীয়া যে যোৱা আগষ্ট মাহত ৰাজ্য চৰকাৰে দুহেজাৰ কোটি, জুলাই মাহত এহেজাৰ কোটি, মে’ মাহত এহেজাৰ কোটি, এপ্রিল মাহত দুহেজাৰ কোটি টকাৰ ঋণ গ্রহণ কৰিছিল। সেইফালৰ পৰা ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ ইতিমধ্যে ১ লাখ ৫৫ হেজাৰ কোটিব ঘৰ চুইছে। এনে বৃহৎ পৰিমাণৰ ঋণৰ বোজাই ভবিষ্যতে ৰাজ্যখনলৈ কি ভয়ানক বিপদ মাতি আনিব তাক লৈ কেতিয়াও উদ্বিগ্ন নোহোৱা চৰকাৰখনে দহ বছৰৰ মূৰতহে ঋণৰ ধন পৰিশোধ কৰিব লাগিব বুলি নিশ্চিত হৈয়ে ফ্লাইঅ’ভাব নির্মাণ, নগদ ধনৰ হিতাধিকাৰী আঁচনিৰ লেখীয়া অনুৎপাদনমূলক শিতানত অবাধে ঋণৰ ধন শৰাধ কৰি আহিছে। আনকি যোৱা ২০২৩-২৪ বৰ্ষত ঋণৰ ধনেৰে চলি থকা ৰাজ্যখনত মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ আৰু চার্টার্ড বিমান ব্যৱহাৰৰ বিলাসব নামতে ব্যয় কৰা হ’ল ৩১ কোটি ৭২ লাখ টকা। ইপিনে আজিৰ কেবিনেট বৈঠকত ৰাজ্যখনৰ প্রতিটো বিধানসভা সমষ্টিতে নতুনকে দহ হেজাৰ মহিলাক অৰুণোদয় হিতাধিকাৰী হিচাপে অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

Apply Now

অৱসৰপ্ৰাপ্ত খেলুৱৈসকলক তেওঁলোকৰ কেৰিয়াৰ বিকাশত সহায় কৰিব পৰাকৈ প্ৰস্তুত কৰা এই ৰিছেট কাৰ্যসূচীৰ লক্ষ্য হৈছে প্ৰজন্মৰ মাজৰ ব্যৱধান দূৰ কৰা, যাৰ ফলত যুৱ উচ্চাকাংক্ষী ক্ৰীড়া প্ৰতিভাসকলে অৱসৰপ্ৰাপ্ত খেলুৱৈসকলৰ দক্ষতা আৰু অভিজ্ঞতাৰ পৰা লাভৱান হ’ব পাৰে। ড০ মাণ্ডবিয়াই অৱসৰপ্ৰাপ্ত খেলুৱৈসকলক সম্পূৰ্ণৰূপে সহায় কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰে৷ তেওঁ বিশেষভাৱে নিৰ্ধাৰিত পৰ্টেলৰ জৰিয়তে আবেদন কৰি এই কাৰ্যসূচীৰ সুবিধা ল’বলৈ আহ্বান জনায়।

২০-৫০ বছৰ বয়সৰ অৱসৰপ্ৰাপ্ত খেলুৱৈ, যিসকলে আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰিছে, আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত অংশগ্ৰহণ কৰিছে বা ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়ত স্বীকৃতি লাভ কৰিছে তেওঁলোকৰ বাবে লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠান (এনএনআইপিই)ৰ সহযোগত ৰিছেট কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। ইয়াত স্ব-গতিশীল অনলাইন শিক্ষণ, খেলপথাৰৰ কায়িক প্ৰশিক্ষণ আৰু ইণ্টাৰ্ণশ্বিপ অন্তৰ্ভুক্ত কৰা হ’ব৷ এই প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ হোৱাৰ পিছত নিয়োগ আৰু উদ্যোগীকৰণৰ সহায়ক নিৰ্দেশনা প্ৰদান কৰা হ’ব।

ৰিছেট কাৰ্যসূচীৰ বাবে https://lnipe.edu.in/resetprogram/ শীৰ্ষক পৰ্টেল মুকলি কৰা হৈছে আৰু সঠিক মূল্যায়নৰ পিছত ইয়াৰ পাঠ্যক্ৰম আৰম্ভ হ’ব।

অৱসৰপ্ৰাপ্ত খেলুৱৈসকলৰ অমূল্য অভিজ্ঞতাক ব্যৱহাৰ কৰি ভৱিষ্যতৰ চেম্পিয়নসকলক সাজু কৰা আৰু ভাৰতৰ ক্ৰীড়াৰ বৃদ্ধিত অৰিহণা যোগোৱাই এই পদক্ষেপৰ লক্ষ্য।

 

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd