• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাৰতীয় জাৰ্চিত পুনৰ দেখা গ’ল এছ শ্ৰীসন্থক : ক’লে- ইয়াৰ বাবে সাতবছৰ অপেক্ষা কৰিছো

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 27, 2020 1:11 pm

2 min read

ভাৰতীয় জাৰ্চিত পুনৰ দেখা গ’ল এছ শ্ৰীসন্থক : ক’লে- ইয়াৰ বাবে সাতবছৰ অপেক্ষা কৰিছো
557
VIEWS
Share on FacebookShare on Twitter

মেচ ফিক্সিং কৰাৰ অপৰাধত সাত বছৰৰ বাবে নিষিদ্ধ হোৱাৰ পিছত প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে ভাৰতৰ প্ৰাক্তন বেগী বলাৰ এছ শ্ৰীসন্থ।

তেওঁ অংশ ল’বলগীয়া এই প্ৰতিযোগিতাখন কেৰালা ক্ৰিকেট এছ’চিয়েশ্যনে আয়োজন কৰিছে।

আই পি এলত স্পট ফিক্সিঙৰ সৈতে জড়িত হোৱাৰ অভিযোগত বি চি চি আইৰ দ্বাৰা নিষিদ্ধ কৰা শ্ৰীসন্থক কেৰালাৰ এই টি-২০ টুৰ্ণামেণ্টখনৰ খেলুৱৈৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

তেওঁৰ ওপৰত থকা নিষেধাজ্ঞা চলিত বছৰৰ ছেপ্টেম্বৰত সমাপ্ত হৈছে।

উল্লেখ্য যে এই প্ৰতিযোগিতাখনৰ বাবে সাজু হৈ উঠিছে শ্ৰীসন্থ। তেওঁ ভাৰতীয় দলৰ জাৰ্চি পৰিধান কৰি অনুশীলন কৰাও পৰিলক্ষিত হৈছে।

কেৰালা ক্ৰিকেট এছ’চিয়েশ্যনে জানিব দিয়া মতে, টুৰ্ণামেণ্টত শচীন বেবীয়ে অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিবলগীয়া কে চি এ টাইগাৰ্ছ দলৰ হৈ খেলিব শ্ৰীসন্থ।

এই প্ৰতিযোগিতাখনত মুঠ ছয়টা দলে অংশ ল’ব। দল কেইটা হৈছে কেচিএ ৰয়েলছ, কেচিএ টাস্কাৰ্ছ, কেচিএ ঈগলছ, কেচিএ পান্থাৰ্ছ আৰু কেচিএ লায়ন্স।

এই প্ৰতিযোগিতাত শ্ৰীসন্থ আৰু শচীন বেবীৰ উপৰি বাছিল থাম্পি, ৰোহন প্ৰেম, মিধুন এছ, আছিফ কে এম আৰু ৰাজ্যৰ অন্যান্য জ্যেষ্ঠ খেলুৱৈসকলে অংশগ্ৰহণ কৰিব বুলি কে চি এই জানিব দিয়ে।

৩৭ বছৰীয়া এইগৰাকী পেচ বলাৰে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে মোক এই প্ৰতিযোগিতাখনত নিৰ্বাচিত কৰাৰ বাবে নিৰ্বাচক মণ্ডলীক বহুত বহুত ধন্যবাদ।

এই ক্ষণটোৰ বাবে তেওঁ সাতবছৰ অপেক্ষা কৰিবলগীয়া হোৱা বুলিও আক্ষেপ প্ৰকাশ কৰে।

উল্লেখ্য যে এই প্ৰতিযোগিতাখন ক’ভিড-১৯ৰ সকলো নীতি-নিয়মৰ মাজেৰে অনুষ্ঠিত হ’ব।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd