• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টেষ্টত মাত্ৰ ৪২ ৰাণতে অল আউট শ্ৰীলংকা; অৱশ্যে ৰক্ষা পৰিল ভাৰতৰ ৩৬ ৰাণৰ লজ্জাৰ অভিলেখ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2024 8:54 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন টেষ্টত শ্ৰীলংকাৰ লাজত মুখ লুকুৱাব নোৱাৰা অৱস্থা। প্ৰথমখন টেষ্টত দক্ষিণ আফ্ৰিকাৰ পেচাৰসকলৰ দমনীয় প্ৰদৰ্শনৰ আগত মাত্ৰ ৪২ ৰাণতে প্ৰথম ইনিংছ সামৰিলে শ্ৰীলংকাই। টেষ্ট ইতিহাসত শ্ৰীলংকাৰ এয়া সৰ্বনিম্ন ৰান। শ্ৰীলংকাৰ ইনিংছত মাত্ৰ ৮৩টা বলহে চলিছিল।

ইয়াৰ পূৰ্বে ১৯৯৪ চনত পাকিস্তানৰ বিৰুদ্ধে ৭১ ৰানত প্ৰথম অল আউট হৈছিল। টেষ্ট ক্ৰিকেটৰ ইতিহাসত এয়া নৱম সৰ্বনিম্ন ৰান। অৱশ্যে চাৰি বছৰ পূৰ্বে এডিলেইডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৩৬ ৰানৰ অভিলেখ ভংগ হোৱা নাই। এয়া টেষ্ট ক্ৰিকেটৰ ১৪৭ বছৰীয়া ইতিহাসত এছিয়ান দলৰ সৰ্বনিম্ন ৰান সংগ্ৰহৰ এই অভিলেখ। সেই লজ্জাজনক অভিলেখ মাত্ৰ ৬ ৰানৰ বাবে ৰৈ গ’ল।

Apply Now

মাৰ্কো জান্সেনে অকলে শ্ৰীলংকাৰ ইনিংছ সমাপ্ত কৰে। বাওঁহতীয়া পেচাৰগৰাকীয়ে ৬.৫ অভাৰত ১৩ ৰান দি ৭ টা উইকেট দখল কৰে। জেৰাল্ড কোটজিয়ে লাভ কৰে দুটা উইকেট। কাগিছো ৰাৱাডাই পায় এটা উইকেট। মাত্ৰ দুজন শ্ৰীলংকাৰ বেটছমেনেহে দুটা সংখ্যাৰ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। তেওঁলোক হ’ল কামিন্দু মেণ্ডিছ (১৩) আৰু লাহিৰু কুমাৰা (১০)।

ডাৰবানত অনুষ্ঠিত প্ৰথমখন টেষ্টত টেম্বা বাভুমাৰ ৭০ ৰানৰ সৌজন্যত দক্ষিণ আফ্ৰিকাই ১৯১ ৰান সংগ্ৰহ কৰে। আচিতা ফাৰ্নাণ্ডো আৰু কুমাৰাই ভাল বল কৰে। কিন্তু এনেদৰে বেটিং ভাঙি যাব বুলি কোনেও কল্পনা কৰিব পৰা নাছিল। শ্ৰীলংকাৰ ইনিংছ মাত্ৰ ১৩.৫ অভাৰহে চলে! তৃতীয় অভাৰত ডিমুথ কৰুণাৰত্নেৰ আউটেৰে আৰম্ভণি হয়। ইয়াৰ পিছত ইজনৰ পিছত সিজন বেটছমেন জান্সেনৰ প্ৰকোপত ড্ৰেছিং ৰুমৰ পৰা ওলাই আহি মিনিটৰ ভিতৰতে ঘূৰি আহিল।

শ্ৰীলংকা আৰু দক্ষিণ আফ্ৰিকা দুয়োখনৰেই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশৰ সুযোগ আছে। ঘৰৰ মাটিত সকলো টেষ্টত জয়লাভ কৰিব লাগিব দক্ষিণ আফ্ৰিকাই। প্ৰথমখন টেষ্ট কাৰ্যতঃ তেওঁলোকৰ হাততে আছে। যদি জয়ী হয় তেন্তে ফাইনেলৰ দিশে এখোজ আগুৱাই যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd