• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ভাৰতৰো হৈছিল শ্ৰীলংকাৰ দৰে পৰিস্থিতি’-শ্ৰীলংকাৰ সাংসদৰ এই দাবীৰ আঁৰত কি কাহিনী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2022 5:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰীলংকা এতিয়া যিধৰণৰ পৰিস্থিতিত আছে, ১৯৯১ চনত ভাৰতৰো একেই অৱস্থা হৈছিল। সেইদৰে ভাৰতৰ দৰে শ্ৰীলংকাইও এই বিপদ অতিক্ৰম কৰিব। কিন্তু তাৰবাবে সকলো ৰাজনৈতিক দল একত্ৰিত হ’ব লাগিব।

এই দাবী উত্থাপন কৰিছে শ্ৰীলংকাৰ সাংসদ তথা বিৰোধী নেতা হৰ্ছ ডি চিলভাই। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সৈতে কথা পতাৰ সময়ত তেওঁ এই কথা কয়।

তেওঁ ঠিক কি কৈছিল? তেওঁৰ ভাষাত, ‘’এই মুহূৰ্তত শ্ৰীলংকাৰ পৰিস্থিতি ১৯৯১ চনৰ ভাৰতৰ দৰেই। সেই সময়ত ডঃ মনমোহন সিং আৰু মণ্টেক সিং আলুৱালিয়াৰ দক্ষতা আৰু সকলো ৰাজনৈতিক দলৰ ঐক্যই পৰিস্থিতি পুনৰ সুস্থ হৈ উঠাত সম্ভৱ কৰি তুলিছিল। শ্ৰীলংকাইও ইয়াৰ পৰা ওলাই আহিব পাৰিব, যদিহে সকলো ৰাজনৈতিক দল একত্ৰিত হয়। কিন্তু দলবোৰ বিচ্ছিন্ন হ’লে পৰিকল্পনা বিফল হ’ব৷ ৰাষ্ট্ৰপতিয়ে এনে এক মঞ্চ সৃষ্টি কৰাটো প্ৰয়োজন য’ত সকলো দলে একেলগে থিয় দিব পাৰে।’’

Apply Now

লগতে পঢ়ক: পুনৰ চাপত পুটিন! খাৰকিভ ইউক্ৰেইনৰ দখলত, ৰাছিয়াৰ সেনা প্ৰত্যাহাৰ

ইপিনে, নতুন প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণৰ পিছত শ্ৰীলংকাই লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ চেষ্টা চলাইছে। শনিবাৰে ১২ ঘণ্টাৰ বাবে প্ৰত্যাহাৰ কৰা হৈছিল সান্ধ্য আইন। বিক্ৰমাসিংঘে প্ৰতিবাদকাৰীক সন্তুষ্ট কৰিবলৈ ইতিমধ্যে শ্ৰীলংকাৰ পদুজনা পেৰামুনা দলৰ চাৰিজন নেতাক মন্ত্ৰী হিচাপে নিযুক্তি দিছে।

উল্লেখ্য যে, যোৱা মাহতে শ্ৰীলংকাৰ প্ৰশাসনে স্পষ্ট কৰি দিছিল যে তেওঁলোকৰ বাবে ঋণ পৰিশোধ কৰাটো সম্ভৱ নহ’ব। নিজকে দেউলীয়া ঘোষণাও কৰিছে শ্ৰীলংকাৰ প্ৰশাসনে। এনে অৱস্থাত শ্ৰীলংকাই প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱত ভুগিছে।

লগতে পঢ়ক: দ্ৰুত উত্থান, নাটকীয় পতন; বিপ্লব কুমাৰ দেৱৰ মুখ্যমন্ত্ৰী হোৱাৰ কাহিনী

বিগত কেইসপ্তাহমানৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে প্ৰতিবাদকাৰীয়ে। যোৱা সোমবাৰে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল মহিন্দা ৰাজাপাক্ষই। হিংসাত্মক প্ৰতিবাদৰ সন্মুখীনহৈ তেওঁ কলম্বোত থকা ঘৰৰ পৰা পলায়ন কৰে। ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰৰ দাবীত আদালতত আবেদন দাখিল কৰা হৈছে’।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd