• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বান সাহায্য বিতৰণ; প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰিব স্মাৰক পত্ৰ 

উত্তম শইকীয়া by উত্তম শইকীয়া
July 30, 2019 6:24 pm
Flood relief

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বান সাহায্য বিতৰণ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট জিলাৰ টিয়ক জাজীমুখত শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগতে যোৰহাট আৰু তিতাবৰ জিলা শাখাই বানাক্ৰান্ত ৰাইজৰ মাজত বিগত দুটা দিনত বান সাহায্য বিতৰণ কৰে।

যোৰহাট জিলাৰ টিয়ক জাজীমুখ প্লেটফ্মত জাজী-ব্ৰহ্মপুত্ৰৰ সঙ্গমস্থলী জাজীমুখৰ শগুনপাৰা, মিছামাৰি, আলিমুৰ, নামনি বৰমটাৰী, উজনী বৰমটাৰী, মিলি গাঁও আৰু বগৰীগুৰি আদি গাঁৱৰ প্রায় ১০ হাজাৰ লোকৰ মাজত বান সহায্য বিতৰণ কৰে শ্ৰীমন্ত শংকৰ সংঘৰ প্ৰতিনিধিসকলে ৷

Apply Now

সাহায্য বিতৰণত প্ৰধান সম্পাদক বাবুল বৰাৰ লগতে কেন্দ্ৰীয় বিষয়ববীয়া, যোৰহাট আৰু তিতাবৰ জিলা শাখাৰ ভকত-বৈষ্ণৱ, আইমাতৃ সকলে অংশগ্ৰহণ কৰি বানাক্ৰান্ত ৰাইজৰ মাজত  বান সাহায্য বিতৰণ কৰে।

বান সাহায্য বিতৰণ কাৰ্য্যসূচীত অংশ গ্রহণ কৰি  শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণা কৰিবৰ বাবে প্রধানমন্ত্রী আৰু ৰাষ্ট্রপতিলৈ শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ ৫২ খন জিলাই স্মাৰক পত্র প্রদান কৰিব বুলি মন্তব্য কৰে।

তৰোপৰি,  সংঘই সমগ্র অসমৰ বান অধ্যুষিত অঞ্চলৰ প্রায় ২ লাখ লোকক বান সাহায্য প্রদান কৰিব বুলি বৰাই উল্লেখ কৰে।

বান সাহায্যৰ বাবে কোটি টকাৰো অধিক সামগ্রী ইতিমধ্যে জমা হৈছে। বিগত ১১ দিনত প্ৰায় ১ লাখ ৭০ হাজাৰ বানাক্ৰান্ত লোকৰ মাজত বান সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে বুলিও প্ৰধান সম্পাদকগৰাকীয়ে জনায়।

বৰ্তমান উজনি অসমৰ বিভিন্ন স্থানত বান সাহায্য বিতৰণ কাৰ্য্যসূচী গ্ৰহণ কৰি থকা সংঘই পৰৱৰ্তী সময়ত নামনি অসমৰ বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ কৰিব।

ৰাজ্যৰ প্ৰাকৃতিক বিপৰ্যয়ৰ সময়ত অসমৰ সৰ্ববৃহ্ৎ সামাজিক অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd