DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আত্মসমৰ্পণ এখন নাটক, কিছু সন্ত্ৰাসবাদী সংগঠনে আত্মসমৰ্পণৰ যোগেৰে আত্মপ্ৰকাশ কৰিছে : শৃংখল চলিহা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 25, 2020 4:19 pm
Lachit Sena

বীৰ লাচিত সেনাৰ সংবাদমেল

4.7k
VIEWS
Share on FacebookShare on Twitter

কাৰাগাৰৰ পৰা মুকলি হৈ আহিয়ে পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা।

আজি চামগুৰিত সংবাদমেল সম্বোধন কৰি চলিহাই বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয়।

২৩ জানুৱাৰিত কিছু সংখ্যক উগ্ৰপন্থী সংগঠনে চৰকাৰৰ ওচৰত আত্মসমৰ্পন কৰা কাৰ্য্যক এখন পৰিকল্পিত নাটক আখ্যা দিয়ে বীৰ লাচিত সেনাৰ নেতা গৰাকীয়ে।

‘‘সন্ত্ৰাসবাদী সংগঠনৰ আত্মসমৰ্পন এখন নাটক, আত্মসমৰ্পনৰ যোগেৰে আত্ম প্ৰকাশ কৰিছে কিছুমান সন্ত্ৰাসবাদী সংগঠনে,’’ শৃংখল চলিহাই কয়।

আনহাতে, বৰ্তমান নাগৰিকত্ব (সংশোধন) আইন বিৰোধী আন্দোলন সম্পৰ্কে মত প্ৰকাশ কৰি চলিহাই কয় যে এইবাৰ আন্দোলনে নেতাৰ জন্ম নিদিয়ে সিংহ হে জন্ম দিব বুলি কয়।

সাংবাদিকে বৰ্তমান আন্দোলনৰ সুযোগ কংগ্ৰেছে গ্ৰহণ কৰিছে নেকি বুলি সোধা আন এক প্ৰশ্নৰ উত্তৰত চলিহাই কংগ্ৰেছক আউটডেটেত দল বুলি কয়।

‘‘কংগ্ৰেছ নহয় এইবাৰ আঞ্চলিক ৰাজনৈতিক দলেহে অগ্ৰাধিকাৰ পাব আৰু এই দলে অগপৰ দৰে ৰাইজক নঠগে,’’ শৃংখল চলিহাৰ স্পষ্ট উত্তৰ।

গাঁৱতহে বিপ্লৱৰ সূচনা হয় বুলি উল্লেখ কৰি এইবাৰ ‘কা’ বিৰোধী আন্দোলন নগৰ কেন্দ্ৰীকৰ পৰিৱৰ্তে গাঁও কেন্দ্ৰীকহে হ’ব বুলিও চলিহাই সংবাদমেলত মন্তব্য কৰে।

Recent News

Lashkar Terrorist

সৰিয়হৰ ডুলিত ভূত! জম্মু-কাশ্মীৰত আটক কৰা লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী ওলাল বিজেপিৰ আই টি চেলৰ মুৰব্বী

Assam elephant

মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰা হ’ব অসমৰ ১৫ টা হাতী

Jamuna Boro

এলোৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ অসমৰ বক্সিং তাৰকা যমুনা বড়োৰ

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd