• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বাহুবলীৰ দৰে ছিৰাজৰ প্ৰদৰ্শনত মুগ্ধ ৰাজমৌলি! পৰৱৰ্তী ছবিৰ হিৰো ভাৰতীয় পেচাৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2023 2:26 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে এছিয়া কাপৰ ফাইনেলত ভাৰতীয় ক্ৰিকেট দল শ্ৰীলংকাৰ মুখামুখি হয়। এই খেলখনত ভাৰতে এক বৃহৎ ব্যৱধানত জয়লাভ কৰে। ফাইনেলত টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ নামি ভাৰতীয় পেচাৰসকলৰ আক্ৰমণৰ সন্মুখত শ্ৰীলংকাই মাত্ৰ ৫০ ৰান সংগ্ৰহ কৰিয়েই অল আউট হয়। ভাৰতৰ দুই অ’পেনাৰ শুভমন গীল আৰু ঈশান কিষানে কোনো উইকেট নেহেৰুৱাকৈ ৬.১ অভাৰত জয়ৰ বাবে প্ৰয়োজনীয় ৰানখিনি সহজে সংগ্ৰহ কৰে।

কিন্তু ভাৰতৰ তাৰকা পেচাৰ মহম্মদ ছিৰাজৰ বাবেই ইমান সহজে এই জয় সম্ভৱ হৈ উঠিছিল। বিগত বছৰৰ পৰাই ফৰ্মেট নিৰ্বিশেষে ছিৰাজে নতুন বলৰ জৰিয়তে ভাৰতক আত্মবিশ্বাস প্ৰদান কৰি আহিছে। ফলত তেওঁৰ ওপৰত প্ৰত্যাশাৰ চাপো বেছি আছিল। এছিয়া কাপৰ খেলকেইখনত তেওঁৰ প্ৰদৰ্শন বৰ ভাল নাছিল। ফাইনেলৰ পূৰ্বে তিনি ইনিংছত মাত্ৰ চাৰিটা উইকেটহে লাভ কৰিছিল। তাৰে তিনিটা আহিছিল দুৰ্বল নেপালৰ বিৰুদ্ধে।

লগতে পঢ়ক: গতি বিনে গতি নাই! চিৰাজৰ গতিত চকু দিল্লী আৰক্ষীৰ; জৰিমনা বিহিব নেকি ভাৰতীয় পেচাৰক?

Apply Now

বহুতে হায়দৰাবাদৰ পেচাৰগৰাকীক দলৰ পৰা বাদ দি বুমৰাহৰ সৈতে অভিজ্ঞ ছামীক সুযোগ দিয়াৰ পৰামৰ্শ দিছিল। সমালোচকৰ প্ৰতিক্ৰিয়াৰ প্ৰত্যুত্তৰত ছিৰাজে ফাইনেলত ৭ অভাৰত এটা মেডেনকে ধৰি মাত্ৰ ২১ ৰাণত ৬টা উইকেট দখল কৰে। বিশ্বকাপত পেচ বলিঙৰ ক্ষেত্ৰত তেওঁৱেই ভাৰতৰ মূল আশা হ’বলৈ গৈ আছে, সেয়া যেন আকৌ এবাৰ প্ৰমাণিত হ’ল।

তেওঁৰ চমৎকাৰ প্ৰদৰ্শনত আপ্লুত হৈ পৰিছে কিংবদন্তি চলচ্চিত্ৰ পৰিচালক এছ এছ ৰাজামৌলি। বাহুবলী, আৰ আৰ আৰৰ দৰে ব্যৱসায়িকভাৱে সফল চিনেমাৰ নিৰ্মাতাগৰাকীয়ে ছিৰাজৰ বলিং চাই টুইট কৰি কয়, “এছিয়া কাপৰ ফাইনেলত আমাৰ টলিচৌকীৰ ল’ৰা ছিৰাজ মিয়াই ৬টা উইকেটেৰে উজলি উঠিছে… আৰু তেওঁৰ নিজৰ বলিঙতে বাউণ্ডেৰী ৰক্ষা কৰিবলৈ লং-অনলৈ দৌৰি মাৰিছে।”

Siraj Miyan, Our Tolichowki boy shines at the Asia Cup final with 6 wickets…👌🏽👌🏽👌🏽👏🏻👏🏻👏🏻
And has a big heart, running to long-on to stop the boundary off his own bowling… 🤗🤗🤗

— rajamouli ss (@ssrajamouli) September 17, 2023

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে তেওঁৰ এই টুইট। ৰাজামৌলিৰ অনুৰাগীয়ে এতিয়া ছচিয়েল মিডিয়াত অনুৰোধ জনাইছে যে তেওঁৰ পৰৱৰ্তী ছবিত চিৰাজক নায়ক হিচাপে লোৱা হয়। ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ দৃষ্টিত এক নিশাৰ ভিতৰতে নায়ক হৈ পৰিছে ভাৰতীয় পেচাৰগৰাকী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd