• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

SBI ত খালী হৈছে ২০০০ টা পদ, জানি লওঁক কোনে,কেতিয়া কৰিব পাৰিব আবেদন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 14, 2020 2:57 pm
SBI-4
293
VIEWS
Share on FacebookShare on Twitter

দেশৰ সৰ্ববৃহৎ বেংকিং প্ৰতিষ্ঠান SBI ত খালী হৈছে ২০০০ টা পদ।

এই পদত মকৰলৰ বাবে আজি অৰ্থাৎ ১৪ নৱেম্বৰৰ পৰাই আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। SBI ৰ প্ৰৱেছনেৰী অফিচাৰ পদৰ বাবে প্ৰাৰ্থী সকলে ৪ ডিচেম্বৰ পৰ্যন্ত আবেদন কৰিব পাৰিব।

৩১ ডিচেম্বৰৰ পৰা চাৰি দিন ধৰি পৰীক্ষা অনুষ্ঠিত কৰা হ’ব আৰু অন্তিম পৰীক্ষা অনুষ্ঠিত হ’ব ৫ জানুৱাৰীৰ দিনা।

২০০০ টা পদৰ ভিতৰত ২০০ টা পদ সমাজৰ অৰ্থনৈতিক ভাবে পিছ পৰা প্ৰাৰ্থীসকলৰ বাবে সংৰক্ষিত থাকিব।

তিনিটা পৰ্যায়ত প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব। সেই প্ৰক্ৰিয়া কেইটা হৈছে ক্ৰমে প্ৰিলিমিনেৰী পৰীক্ষা, মেইন পৰীক্ষা আৰু সাক্ষাৎকাৰ।

এই পদসমূহত আবেদনৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা হৈছে স্নাতক। যিসকল প্ৰাৰ্থীয়ে স্নাতক পৰীক্ষাৰ চূড়ান্ত ছেমিষ্টাৰত  অৱতীৰ্ণ হৈছে তেওঁলোকেও আবেদন কৰিব পাৰিব।

প্ৰাৰ্থীৰ বয়স ২০২০ চনৰ ৪ এপ্ৰিলৰ ভিতৰত সৰ্বনিম্ন ২১ বছৰ অথবা সৰ্বাধিক ৩০ বছৰ হ’ব লাগিব।

সংৰক্ষিত শ্ৰেণীৰ বাবে বয়স বিধিগত ভাবে ৰেহাইৰ ব্যৱস্থা থাকিব।

প্ৰিলিমিনেৰী পৰীক্ষাত English Language, Numerical Ability and Reasoning Ability ৰ বিষয়ে প্ৰশ্ন থাকিব।

এক ঘণ্টাৰ অনলাইন পৰীক্ষাৰ মুঠ নম্বৰ হ’ব ১০০।

আৰম্ভনিতে প্ৰাৰ্থীয়ে বেছিক পে হিচাবে লাভ কৰিব ২৭,৬২০ টকা।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd