• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দলীয় সংঘাতত জৰ্জৰিত বিজেপি! সভাপতি ৰঞ্জিত দাসে বহিষ্কাৰ কৰিলে আৰু ৭গৰাকীকৈ নেতাক

নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা বাবেই ৭ গৰাকী বিজেপি নেতাক দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিস্কাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2021 9:25 am
bjp-2-1541141023-715x375-1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আসন্ন অসম বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী তথা দলীয় সিদ্ধান্ত বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৭গৰাকী বিজেপি নেতাক দলৰ প্ৰাথমিক সদস্যৰ পৰা ছবছৰৰ বাবে বহিস্কাৰ কৰা হৈছে।

অনুশাসনমূলক ব্যৱস্থা হিচাপে দলবিৰোধী কাৰ্যত লিপ্ত হোৱা নেতা কেইগৰাকীক দলীয় সংবিধানৰ ধাৰা ২৫ৰ উপধাৰা ৯ অনুসৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিস্কাৰ কৰে।

Apply Now

ৰাজ্যিৰ বিজেপিৰ সাধাৰণ সম্পাদক ৰাজদীপ ৰয় স্বাক্ষৰিত এক জাননী যোগে দলটোৰ ৭ গৰাকী নেতাক দলৰ পৰা বহিষ্কাৰ কৰাৰ কথা ঘোষণা কৰিছে।

দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিস্কৃত এই ৭গৰাকী সদস্য হৈছে ক্ৰমে দীপক ৰাভা (দুধনৈ), শৈলেন কলিতা (দিছপুৰ), শান্তনু কলিতা (বৰক্ষেত্ৰী), জ্যোতিৰ্ময় শৰ্মা (ধৰ্মপুৰ), মোবাৰক হুছেইন (ধুবুৰী), বলেশ্বৰ ৰংপি (পশ্চিম গুৱাহাটী) আৰু ধৰ্ম নাৰায়ন নাথ( গেৱালপাৰা পূব)।

উল্লেখ্য যে বিজেপি দলৰ এইবাৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে যথেষ্ট প্ৰভাৱ পেলাইছে। আন বহু সমষ্টিতো বিজেপিৰ বহু অসন্তুষ্ট নেতাই দলৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গৈছিল যদিও সাময়িকভাৱে সেয়া তাপ মাৰিছে।

আনহাতে, সদ্য বহিস্কৃত এই নেতাকেইগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিসমূহত বিজেপি দলৰ মনোনীত প্ৰাৰ্থীকেইগৰাকীক শলঠেকত পেলোৱাৰ সম্ভাৱনা দেখা গৈছে।

WhatsApp Image 2021-03-29 at 8.36.19 AM

বিশেষকৈ দুধনৈ সমষ্টিত বিধায়ক দীপক ৰাভাৰ যথেষ্ট প্ৰভাৱ থকা পৰিলক্ষিত হৈছে আৰু তেওঁ ইতিমধ্যে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে।

সেইদৰে, ধৰ্মপুৰ সমষ্টিত জ্যোতিৰ্ময় শৰ্মাই পুৰণি বিজেপি কৰ্মী হিচাপে ভোট বিভাজন কৰাৰ সম্ভৱনা আছে।

উল্লেখ্য যে ৰাজ্যিক বিজেপিয়ে কেইদিনমান পূৰ্বে  আৰু ১৫ গৰাকী নেতাক দলৰ প্ৰাখমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰিছিল।

অসম বিধান সভা নিৰ্বাচনত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বাবেই দিলীপ পাল, প্ৰিয়ংকা নেওগ, লক্ষেশ্বৰ মৰাণ, ৰাজেশ কিষাণ, দেৱজিত মৰাণসহ ১৫ জন বিজেপি নেতাক দলৰ পৰা বহিষ্কাৰ কৰিছিল ৰাজ্যিক বিজেপিয়ে।

উল্লেখ্য যে টিকটৰ পৰা বঞ্চিত হৈ বিজেপিৰ এইসকল নেতাইও ক্ষোভ উজাৰি নিজ নিজ সমষ্টিসমূহত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

Tags: Assam Election
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd