• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৮ জানুৱাৰিত ৰাজ্যৰ ৪০ হাজাৰতকৈ অধিক থলুৱা ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান কৰিব ৰাজ্যৰ বিজেপি চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 2, 2020 7:49 pm
Assam CM Sonowal appeals for pollution-free Diwali celebration

সোণোৱালৰ ফাইল ফটো।

1.3k
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে।

বৈঠকত অহা ২৮ জানুৱাৰিত ৰাজ্যখনৰ ৪০ হাজাৰতকৈ অধিক থলুৱা জনসাধাৰণলৈ ভূমিৰ পট্টা প্ৰদানৰ সিদ্ধান্ত লোৱা হয়।

বৈঠকত মুখ্য মন্ত্ৰীয়ে পৰৱৰ্তী পৰ্যায়ত আৰু অধিক হিতাধিকাৰীক ভূমিৰ পট্টা বিতৰণৰ বাবে উপযুক্ত তথা ক্ষীপ্ৰ পদক্ষেপ লোৱাৰ বাবেও বিভাগক নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে ১ লাখ থলুৱা ভূমিহীন পৰিয়াললৈ ভূমি পট্টা প্ৰদানৰ বাবে ইতিমধ্যে ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰিছে।

বৈঠকত অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ‘অৰুন্ধতি’ আঁচনিখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰ বাবেও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। এই আঁচনিখনৰ অধীনত আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ বিবাহৰ পঞ্জীয়ন কৰা কন্যাক ১০ গ্ৰাম সোণৰ আ-অলংকাৰ ক্ৰয়ৰ বাবে ধন প্ৰদান কৰা হ’ব।

ৰাজ্যখনৰ ১৬০ খন সত্ৰ আৰু দেৱালয়ে ৰাজ্য চৰকাৰৰ পৰা পাই থকা নিয়মীয়া বাৰ্ষিক ভাট্টাৰ উপৰি বছৰেকত ২ লাখ টকাকৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদানৰ বাবে সিদ্ধান্ত লোৱা হয়।

বৈঠকত সোণোৱালে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগক বানপানী ব্যৱস্থাপনা পুঁজিৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ সংশ্লিষ্ট জিলা উপায়ুক্ত সমূহৰ পৰা ক্ষীপ্ৰভাৱে অনাৰ পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে।

সোণোৱালে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক পুঁজিৰ ব্যৱহাৰিক প্ৰমাণপত্ৰৰ স্থিতি পৰ্যালোচনা কৰাৰ বাবেও আজিৰ বৈঠকতে নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগক বানপ্ৰৱণ জিলা সমূহত সময় সাপেক্ষে সাহায্য প্ৰদানৰ বাবে মাণ্ডলিক ভিত্তিত টাৰপুলিনৰ লেখীয়া অত্যাৱশ্যকীয় সামগ্ৰী মজুতকৰণে মেটেৰিয়েল বেংক স্থাপনৰ দিশত ক্ষীপ্ৰ পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে।

আজিৰ বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতা, মুখ্য সচিৱ কুমাৰ সঞ্জয় কৃষ্ণ, অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাৰ উপৰি জেষ্ঠ্য বিষয়া সকল উপস্থিত থাকে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd