• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি সন্দৰ্ভত অকৰ্তৃত্বশীল মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 22, 2018 7:18 am
l_Ranjit-Das-1502260320

ৰঞ্জিত দাস। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰসংগত সংবাদ মাধ্যমৰ আগত মুখ খোলা বাবে অলপতে ন্যায়ালয়ৰ ভৰ্ৎসনাৰ সন্মুখীন হৈছিল এন আৰ চিৰ ৰাজ্যিক সমন্নয়ক প্ৰতীক হাজেলা।

কিন্তু এইবাৰ সংবাদ মাধ্যমৰ আগত এন আৰ চিক লৈ অকৰ্তৃত্বশীল মন্তব্য কৰিছে প্ৰক্ৰিয়াটোৰ সৈতে কোনো সম্পৰ্ক নথকা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

Apply Now

দাসে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে যে ৩১ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ নহয় এই এন আৰ চিৰ কাম। লগতে তাৰ বাবে তেওঁ জগৰীয়া কৰিলে ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণ সমূহক।

ৰঞ্জিত দাসে সংবাদ মাধ্যমৰ আগত কয়, “বিদেশী ন্যায়াধিকৰণে ইমান দিনে ‘ডি ভোটাৰ’ৰ সমস্যাটো সমাধান কৰিব পৰা নাই। য’ত নেকি ১০০খন বিদেশী ন্যায়াধিকৰণ আছে। গতিকে এন আৰ চিৰ খচৰাৰ পৰা যি সকল লোকৰ নাম বাদ পৰিছে, মই নাভাবো যে তেওঁলোকৰ ক্ষেত্ৰত শুনানি গ্ৰহণ কৰি অতি সোনকালে এই কাম সমাপন কৰিব পাৰিব।”

কেৱল ইমানেই নহয় বিদেশীৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হোৱাক লৈও ৰঞ্জিত দাসে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। লগতে এন আৰ চিৰ কামত ভাৰতীয় লোককহে নিয়োজিত কৰাৰ দাবী কৰে ৰাজ্যিক বিজেপিৰ সভাপতিজনে।

অৰ্থাৎ দাসে পাকে প্ৰকাৰে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ ভিতৰুৱা খা-খবৰ প্ৰতিপল পাই থাকে বুলি বুজালে। লগতে এই প্ৰক্ৰিয়াটোত নিয়োজিত হোৱা কৰ্মচাৰীৰ সন্দৰ্ভতো তেওঁৰ সন্দেহে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

তেওঁ কয়, “আগন্তুক দিনত ভাৰতীয় মানুহেহে যেন এন আৰ চিৰ কামৰ দায়িত্ব পায় আৰু স্থানীয় মানুহে যেন এই দায়িত্ব নাপায় তাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ স্থানীয় মানুহ দায়িত্বত থকা বাবে কিছুমান অঞ্চলত এন আৰ চিৰ খচৰাত অন্তৰ্ভুক্তিৰ সংখ্যা বেছিকৈ দেখিছো আৰু কিছুমান ঠাইত কমকৈ দেখিছো।”

ইয়াৰ উপৰিও ২৮ আগষ্টৰ উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পাছতহে বহু কথা স্পষ্ট হ’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতিজনে।

উল্লেখ্য যে এন আৰ চিক লৈ মন্তব্য কৰি প্ৰতীক হাজেলাৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনাৰ সন্মুখীন হৈছিল। কিন্তু এন আৰ চি সন্দৰ্ভত মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকিবলৈ বাৰে বাৰে সকীয়াই থকাৰ পাছতো বিজেপিৰ ৰাজ্যিক সভাপতিজনৰ এই মন্তব্যই দলটোৰ সভাপতিৰ দৰে গুৰু দায়িত্বত থকা ব্যক্তিজনৰ দায়িত্বহীনতাকে প্ৰকাশ কৰিলে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd