• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বিদেশীক সংস্থাপনৰ বাবে স্বদেশীক গুলীয়াই হত্যা কৰা এইখন প্ৰথম চৰকাৰ’: ৰাইজৰ দলৰ আহ্বায়ক

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
November 28, 2020 12:05 pm
IMG20201127145327

বিশ্বনাথত ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক ড০ হৰিকান্ত দাস। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথত গঠন কৰা হ’ল ৰাইজৰ দলৰ বিশ্বনাথ জিলা আহ্বায়ক সমিতি। বিশ্বনাথ চাৰিআলিস্থিত ড’ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই আহ্বায়ক সমিতি গঠনৰ কাৰ্যসূচী।

এই আহ্বায়ক সমিতি গঠন কৰাৰ পিছত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰাজ্যিক আহ্বায়ক ড’ হৰি কান্ত দাসৰ স্পষ্ট ঘোষণা ৰাইজে ২০২১ত বিজেপিক ব্ৰহ্মপুত্ৰত বিসৰ্জন দিব।

Apply Now

তেওঁ কয় যে উত্তৰ প্ৰদেশতকৈও ভয়ংকৰ কেলেংকাৰি সংঘটিত হৈছে অসমত। চৰকাৰে চাকৰি সৃষ্টি কৰিব পৰা নাই বা নিযুক্তি দিব পৰা নাই  অথচ আৰক্ষী উপ-পৰিদৰ্শক, পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ নিযুক্তিত সংঘটিত হৈছে ব্যাপক কেলেংকাৰি।

তেওঁ অভিযোগ কৰে যে এই কেলেংকাৰি ঢাকিবৰ বাবে মোগলৰ প্ৰসংগ আনিছে মুখ্যমন্ত্ৰীয়ে। বিশেষকৈ ইতিহাস নাজানে মুখ্যমন্ত্ৰীয়ে।

‘’সমান্তৰালকৈ “কা” আন্দোলনৰ সময়ত এঘন্টাত ৫ জনকৈ স্বদেশীক গুলিয়াই হত্যা কৰিলে বিদেশীক সংস্থাপন কৰিবৰ বাবে। এইখনেই প্ৰথম চৰকাৰ য’ত বিদেশীক সংস্থাপনৰ বাবে স্বদেশীক গুলিয়াই হত্যা কৰা হ’ল,’’-তেওঁ কয়।

ইপিনে, এই আহ্বায়ক সমিতি গঠন কৰা মূহুৰ্তত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিছিল ৰাইজৰ দলৰ ৰাজ্যিক আহ্বাহক দিবস ফুকন, পুলিন ভট্টাচাৰ্য, ড’ হৰি কান্ত দাস। তদুপৰি, এই আহ্বায়ক সমিতি বিশ্বনাথ জিলা গঠন কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা ৰঞ্জিত দত্ত, সূৰ্য বৰা, বিনয় হাজৰিকা সহ বহু সংখ্যক লোক উপস্থিত থাকে।

আহ্বায়ক সমিতিখনত গহপুৰৰ বিহালী আৰু বিশ্বনাথৰ বহু জাতীয় দল-সংগঠনৰ নেতাক সামৰি  ১০১ জনীয়া বিশ্বনাথ জিলা আহ্বায়ক সমিতি গঠন কৰা হয়।

আহ্বায়ক সমিতিখনে অনাগত দিনত বিশ্বনাথ জিলাত ৰাইজৰ দলৰ পূৰ্ণ পৰ্যায়ৰ সমিতি সমূহ গঠন কৰি সাংগঠানিক দিশ অধিক শক্তিশালী ৰূপত গঢ়ি তুলি ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে নিৰ্বাচনী কুচকাৱাজ চলোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব।

আনহাতে, এই আহবায়ক সমিতি গঠন কৰা মূহুৰ্তত ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক ড’ হৰি কান্ত দাসে নিজৰ ভাষণত ৰাজ্যৰ বিজেপি চৰকাৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd