• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিচি নিৰ্বাচন সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেল; অবৈধ অস্ত্ৰ, ছ’চিয়েল মিডিয়াৰ ওপৰত থাকিব নজৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
March 11, 2020 5:28 pm
Press meet

ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিচি নিৰ্বাচন সন্দৰ্ভত আজি ৰাজ্যিক নিৰ্বাচন আয়োগে এখন সংবাদমেল আয়োজন কৰে।

সংবাদমেল সম্বোধন কৰি ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে ৪ এপ্ৰিলত বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে।

Apply Now

ৰাজ্যিক নিৰ্বাচন আয়োগে আজি বিটিচি পৰিষদীয় নিৰ্বাচনৰ অধিসূচনা জাৰি কৰে।

বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থী সকলে ১৮ মাৰ্চৰ ভিতৰত নিজৰ মনোনয়ন দাখিল কৰিব লাগিব।

২১ মাৰ্চৰ  আবেলি ৩ বজাৰ ভিতৰত প্ৰাৰ্থী সকলে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব আৰু ৩ বজাৰ পাছত বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া প্ৰাৰ্থীসকলৰ তালিকা প্ৰকাশ হ’ব।

আনহাতে, ৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিটিচি নিৰ্বাচনৰ ভোটগণনা ৮ এপ্ৰিলত অনুষ্ঠিত হ’ব।

বিটিএডিৰ মুঠ ৪০ টা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৩০৭৭ টা পুলিং ষ্টেশ্যনত মুঠ ২৩,৮৬,৩৫৯ গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিব বুলিও সংবাদমেলত উল্লেখ কৰা হয়।

ভোটদান কৰিবলগীয়া ২৩,৮৬,৩৫৯ গৰাকী ভোটাৰৰ ভিতৰত ১২০৯৪৬৮ গৰাকী পুৰুষ ভোটাৰ আৰু ১১৭৬৮৮৭ গৰাকী মহিলা ভোটাৰ।

ৰাজ্যিক নিৰ্বাচন আয়োগে ভোটদান হ’বলগীয়া ৩০৭৭ টা পুলিং ষ্টেশ্যনৰ ভিতৰত ৫২১ টা পুলিং ষ্টেশ্যনক স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছে।

তদুপৰি, বিটিচিৰ সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াত ২৫ হাজাৰৰ পৰা ৩০ হাজাৰ লোক জড়িত হৈ থাকিব বুলি নিৰ্বাচন আয়োগে উল্লেখ কৰি ভোটদান ৰাতিপুৱা ৮ বজাৰ পৰা আবেলি ৪ বজালৈ অনুষ্ঠিত হ’ব বুলি কয়।

বিটিচি নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াবলগীয়া প্ৰাৰ্থী সকলে নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ৭ লাখতকৈ অধিক ধন খৰছ কৰিব নোৱাৰিব বুলিও সংবাদমেলত নিৰ্বাচন আয়োগে উল্লেখ কৰে।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ লগত সুৰক্ষা নিশ্চিত কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে বৈঠক অনুষ্ঠিত কৰিছে।

বৈঠকত অসমত থকা অৰ্ধ সামৰিক বাহিনীৰ উপৰিও প্ৰয়োজনত কেন্দ্ৰই সশস্ত্ৰ বাহিনী প্ৰেৰণ কৰিব বুলিও আশ্বাস দিছে বুলিও ৰাজ্যিক নিৰ্বাচন আয়োগে কয়।

ইপিনে, বিটিচি নিৰ্বাচনৰ সময়ত অবৈধ অস্ত্ৰৰ ক্ষেত্ৰতো নিৰ্বাচন আয়োগে কঠোৰ হোৱাৰ ইংগিত দিয়াৰ লগতে সামাজিক মাধ্যমৰ ওপৰতো তীক্ষ্ণ নজৰ ৰখা হ’ব বুলি কয়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd