• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মাজনিশা গুৱাহাটীৰ একাংশ লোকে অতি গোপনে ভৰলু নদীত নিয়মীয়াভাবে ঘৰুৱা জাৱৰৰ টোপোলা পেলায়’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2022 4:00 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জোনালীৰ পৰা ভৰলুমুখলৈ ভৰলু নদীৰ পাৰত কিছুমান ঠাইত গোপনে কেমেৰা সংস্থাপন কৰিছিলে। এই কেমেৰাসমূহে প্ৰায় ৭০০ খনমান ফটো তুলিছিল। পিছত এই ফটো বিলাক অধ্যয়ন কৰি আমি আচৰিত হৈছিলোঁ যে মাজনিশা গুৱাহাটীৰ একাংশ লোকে অতি গোপনে ভৰলু নদীত নিয়মীয়াভাবে ঘৰুৱা জাৱৰ ৰ টোপোলা পেলায়। এই উদ্বেগজনক ভাষ্য অসম প্ৰদূষন  নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ডঃ অৰূপ কুমাৰ মিশ্ৰৰ।

বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল ৰিভেৰাত কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম উদ্যোগত আৰু কাটছ ইন্টাৰনেচনেল, জয়পুৰৰ সহযোগত গ্ৰীণ একচন উইক -২০২২ শীৰ্ষক এক ৰাজ্যিক পৰ্য্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়।

লগতে পঢ়ক: ‘মহাভাৰতত শ্ৰীকৃষ্ণই অৰ্জুনক জেহাদ ঘোষণা কৰিবলৈ শিকাইছিল’: কংগ্ৰেছ নেতাৰ মন্তব্যকলৈ বিতৰ্ক

Apply Now

এই কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডঃ মিশ্ৰই কয় যে সকলো কাম কেৱল চৰকাৰে কৰিব নোৱাৰে। সমাজৰ প্ৰতিজন লোক নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সজাগ আৰু সচেতন হব লাগিব। বেৰিয়াম নাইট্ৰেটৰ দৰে ক্ষতিকাৰক ৰাসায়নিকেৰে প্ৰস্তুত কৰা প্ৰচলিত ফটকাৰ পৰা সৃষ্টি হোৱা ভয়াবহ প্ৰদূষণ ৰোধৰ বাবে উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়ধীকৰণৰ নিৰ্দেশৰ ভিত্তিত অসম প্ৰদূষন নিয়ন্ত্ৰণ পৰিষদে দিপাৱলীৰ সময়ত ফটকা ফুটোৱাৰ ক্ষেত্ৰত কিছুমান দিৰ্দেশনা জাৰি কৰিছে।

অনুষ্ঠান উদ্বোধন কৰি দিয়া ভাষণত কাটছ ইন্টাৰনেচনেল, জয়পুৰৰ সঞ্চালক জৰ্জ ছেৰিয়ানে কয় – ২০১৯ চনত সমগ্ৰ বিশ্বত ৫৩.৬ মিলিয়ন মেট্ৰিক টন ই-আৱৰ্জনাৰ সৃষ্টি হৈছিল। এছিয়া মহাদেশত সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক ২৪.৯ মেট্ৰিক টন ই-আৱৰ্জনাৰ সৃষ্টি হয়। আমেৰিকা আৰু চীন দেশৰ পিছত ভাৰতত ৩.২ মেট্ৰিক টন ই-আৱৰ্জনাৰ সৃষ্টি হয়। যদি এই ধাৰা অব্যাহত থাকে তেন্তে ২০৩০ চনৰ ভিতৰত সমগ্ৰ বিশ্বতে প্ৰায় ৭৫ মিলিয়ন মেট্ৰিক্টন ই-আৱৰ্জনা জমা হব।

লগতে পঢ়ক: অৰুণাচলত পুনৰ দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ: অব্যাহত উদ্ধাৰ অভিযান

অনুষ্ঠানটোৰ আঁতধৰি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই যুৱ প্ৰজন্মৰ প্ৰতিজন সদস্যকে সামগ্ৰী ভাগ বিতৰণৰ অভ্যাস গঢ়ি তুলি প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ ৰক্ষাৰ ক্ষেত্ৰত আগভাগ লবলৈ আহ্বান জনায়।

ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা খনত অসম চৰকাৰৰ কৃষি বিভাগৰ উপ সঞ্চালক খগেন্দ্ৰ শর্মা, অসম ৰাজ্যিক জৈৱ বৈচিত্রতা বৰ্ড বৈজ্ঞানিক বিষয়া ডঃ ওইনাম সুনন্দা দেৱী, এছটেকৰ প্ৰগ্ৰাম বিষয়া ডঃ মনিশা শৰ্মা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি নিজৰ ভাষণ আগবঢ়ায়।

অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সামাজিক অনুষ্ঠান, বিভিন্ন শিক্ষা অনুষ্ঠানৰ ছাত্র-ছাত্ৰী, কৃষি, পৌৰ আৰু বন বিভাগৰ বিষয়া, সংবাদ কৰ্মী উপস্থিত থাকে।

লগতে পঢ়ক: ভুল হেলমেট পৰিধানৰ শাস্তি: ট্ৰেফিক আৰক্ষীয়ে বিহিলে ট্ৰেফিক আৰক্ষীক জৰিমনা!

উল্লেখ্য যে কাটছ ইন্টাৰনেচনেলৰ সহযোগত অসমত কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামকে ধৰি দেশৰ ১৪ খন ৰাজ্যৰ ১৪ টা সামাজিক সংগঠনে গ্ৰীণ একচন উইক -২০২২ ৰ কাৰ্যসূচী ৰূপায়ন কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am
“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

October 7, 2026 8:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd