• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসমূহৰ সৈতে আলোচনা কৰা হ’ব: এন আৰ চি সন্দৰ্ভত কেন্দ্ৰ

এন পি আৰৰ “কিছু তথ্য” এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত “ব্যৱহাৰ কৰা হ’বও পাৰে নহ’বও পাৰে”: মন্ত্ৰী প্ৰসাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2019 5:30 pm
Union IT Minister Ravi Shankar Prasad

কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবি শঙ্কৰ প্ৰসাদ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় আইন মন্ত্ৰী ৰৱি শংকৰ প্ৰসাদে শনিবাৰে কৈছে যে দেশজোৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত কেন্দ্ৰই ৰাজ্যসমূহৰ সৈতে আলোচনা কৰিব।

এন আৰ চি আৰু এন পি আৰক লৈ দেশজুৰি বিতৰ্ক চলাৰ মাজতে প্ৰসাদে কয় যে এইক্ষেত্ৰত “সঠিক আইনী প্ৰক্ৰিয়া” অনুসৰণ কৰা হ’ব।

Apply Now

আইন মন্ত্ৰীজনে লগতে কয় এন পি আৰৰ “কিছু তথ্য” এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত “ব্যৱহাৰ কৰা হ’বও পাৰে নহ’বও পাৰে”।

বহুকেইখন ৰাজ্যই ইতিমধ্যে সম্ভাৱ্য দেশজোৰা এন আৰ চিৰ বিৰোধিতা কৰিছে।

লক্ষণীয়ভাৱে, এন পি আৰৰ তথ্য এন আৰ চিত ব্যৱহাৰ কৰা নহ’ব বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কিছুদিন পূৰ্বে ঘোষণা কৰিছিল।

শ্বাহে লগতে কৈছিল যে এন পি আৰ আৰু এন আৰ চি দুয়ো পৃথক আইনভিত্তিক আৰু দুয়োটাৰে মাজত সম্পৰ্ক নাথাকিব।

প্ৰসাদে বিষয়টোত চৰকাৰৰ স্থিতি স্পষ্ট কৰি কয় যে দেশজোৰা এন আৰ চিৰ বাবে গ্ৰহণযোগ্য হ’ব লগা নথি সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই।

কেন্দ্ৰৰ এন পি আৰ সম্পৰ্কীয় সিদ্ধান্তৰ সমৰ্থনত মন্ত্ৰীজনে কয় যে ইয়াৰ তথ্যসমূহ কল্যাণকামী আঁচনি ৰূপায়ণৰ নীতি নিৰ্ধাৰণৰ বাবে ব্যৱহাৰ কৰা হ’ব।

নাগৰিকত্ব (সংশোধন) আইন ২০১৯ৰ লগতে এন আৰ চিক লৈয়ো দেশজুৰি চলি থকা বিৰোধৰ পৰিপ্ৰেক্ষিতত প্ৰসাদে কয় যে ভাৰতীয় মুছলমানসকল ইয়াক লৈ শংকিত হ’ব লগা কোনো কাৰণ নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am
অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

August 25, 2026 7:55 am
প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am
২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am
অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

August 25, 2026 7:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd