• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম-অৰুণাচল সীমান্তত ৮ ছেপ্টেম্বৰত উন্মোচন হ’ব সুধাকণ্ঠৰ প্ৰতিমূৰ্তি, উৎসৱ মুখৰ জয়ৰামপুৰ

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
August 9, 2019 11:04 am
Screenshot_20190808_190613

ফটো : নৰ্থইষ্ট নাও

522
VIEWS
Share on FacebookShare on Twitter

সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ ৮ ছেপ্টেম্বৰ জন্মদিনটোত এইবাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তত উন্মোচন হ’ব মহান মনীষী গৰাকীৰ প্ৰতিমূৰ্তি।

উল্লেখ্য যে, অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল জয়ৰামপুৰত এডোখৰ স্থান সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ নামেৰে নামাকৰণ কৰি ইতিমধ্যে প্ৰতিমূৰ্তি স্থাপনৰ বাবে চলোৱা হৈছে ব্যাপক প্ৰস্তুতি।

স্থানীয় শিল্পী লোহিত গগৈ, অৰুণাচলৰ নামপুং সমষ্টিৰ প্ৰাক্তন বিধায়িকা কমলি মচাং, জয়ৰামপুৰৰ আৰ কে এম এম ছচাইটিৰ সম্পাদক অৰূপ চৌধুৰী, ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ সভাপতি মনিশ লিম্বুৰ নেতৃত্বত এই মহান কাৰ্যসূচীৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশ দুয়োখন ৰাজ্যই সহায়ৰ হাত আগবঢ়াইছে।

মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, অৰুণাচল প্ৰদেশৰ নামপুং সমষ্টিৰ বিধায়ক লাইচাম চিমাইয়ো বিষয়টো গুৰুত্বসহকাৰে লৈ সহযোগিতা কৰিছে।

এই সকল ব্যক্তিৰ প্ৰচেষ্টাত অসম অৰুণাচল সীমান্তত অহা ৮ ছেপ্টেম্বৰত পূৰ্ণতা লাভ কৰিব সুধাকণ্ঠৰ প্ৰতিমূৰ্তিয়ে।

উক্ত দিনা পাহাৰ ভৈয়ামৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মহামিলনৰ প্ৰয়াসেৰে এক ব্যতিক্ৰমী অনুষ্ঠান ৰূপায়িত কৰা হব বুলি জানিব দিয়ে উদ্যোক্তা শিল্পী লোহিত গগৈয়ে।

আনহাতে, নামপুং সমষ্টিৰ প্ৰাক্তন বিধায়িকা কমলি মচাঙে অসম অৰুণাচলৰ সীমান্তত সুধাকণ্ঠৰ প্ৰতিমূৰ্তি স্থাপনে দুয়োখন ৰাজ্যৰ মাজত ভাতৃত্ববোধ আৰু অধিক শক্তিশালী কৰাৰ লগতে নৱ প্ৰজন্মক ভূপেন হাজৰিকাৰ আদৰ্শই উৎসাহিত কৰিব বুলি মন্তব্য কৰে।

এতিয়া সীমান্তবৰ্তী দুয়োখন ৰাজ্যৰ জনসাধাৰণে অহা ৮ ছেপ্টেম্বৰৰ বাবে অধীৰ আগ্ৰহেৰে আপেক্ষা কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd